ETV Bharat / state

নৱম স্থানত জিলিকিল মহানগৰীৰ হেপি চাইল্ড হাইস্কুলৰ নিৰজ খেতান - হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৱম স্থানত অধিস্থিত হৈছে ৰাজ্যখনৰ আন দহগৰাকী ছাত্ৰ । ইপিনে কামৰূপ মহানগৰ জিলাৰ পৰা স্থান লাভ কৰিছে মুঠ চাৰিগৰাকীয়ে ।

নৱম স্থানত জিলিকিল মহানগৰীৰ হেপি চাইল্ড হাই স্কুলৰ নিৰজ খেতান

author img

By

Published : Jun 6, 2020, 4:12 PM IST

গুৱাহাটী, 6 জুনঃ শনিবাৰে ঘোষণা কৰা হ'ল ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । এই ফলাফলত ৰাজ্যখনৰ ভিতৰতে নৱম স্থান অধিকাৰ কৰিছে গুৱাহাটী মহানগৰীৰ ৰিহাবাৰী স্থিত হেপি চাইল্ড হাই স্কুলৰ নিৰজা খেতানে। উল্লখ্য যে,একেটা স্থানতে আছে ৰাজ্যৰ আন দহ গৰাকী ছাত্ৰ ।

নিৰজ খেতান
নিৰজ খেতান

এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত কামৰূপ মহানগৰ জিলাৰ চাৰি গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰিছে । কামৰূপ মহানগৰ জিলাৰ ছেইন্ট মেৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চাকি জি বুলতনে তৃতীয় স্থান,দাতালপাৰাৰ দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ হিয়াশ্ৰী শৰ্মাই চতুৰ্থ স্থান,নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ অন্যান্য মেধিয়ে নৱম স্থান আৰু ৰেহাবাৰীৰ হেপি চাইল্ড হাই স্কুলৰ নিৰজ খেতানে নৱম স্থান দখল কৰিছে ।

লগতে চাওকঃ বিশেষভাৱে সক্ষম ৰুনা বৰাৰ বাসগৃহত উপস্থিত বিধায়ক গুৰুজ্যোতি দাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.