ETV Bharat / state

সুস্থ থাকিলে মই কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলো হয়: নীলমণি ফুকন - Nilamoni Phukan protest against CAB

অসমী আইৰ মুখৰ ভাষা হেৰাই যোৱাক লৈ শংকিত হৈ পৰিছে কবিগৰাকী।

কেবৰ প্ৰতিবাদ
কেবৰ প্ৰতিবাদ
author img

By

Published : Dec 5, 2019, 11:19 PM IST

গুৱাহাটী, 5 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে থিয় হৈছে প্ৰতিজন অসমীয়া। জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে মাত মাতিছে স্বনামধন্য কবি নীলমণি ফুকনে । পূৰ্বৰে পৰা কেবৰ বিৰোধিতা কৰা যশস্বী কবিগৰাকীয়ে পূৰ্বৰ স্থিতিতেই এতিয়াও অটল আছো বুলি উল্লেখ কৰে। বৃহস্পতিবাৰে সাংবাদিকৰ আগত কেব প্ৰসংগ উলিয়াই আবেগিক হৈ পৰে কবি নীলমণি ফুকন। অসমী আইৰ মুখৰ ভাষা হেৰাই যোৱাক লৈ শংকিত হৈ পৰিছে কবিগৰাকী। শাৰিৰীকভাৱে সুস্থ থাকিলে ৰাজপথত আন্দোলন কৰিলো হয় বুলিও উল্লেখ কৰে বিশিষ্ট কবি তথা কলা সমালোচক নীলমণি ফুকনে।

নীলমণি ফুকন

Intro:নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে প্ৰতিজন অসমীয়াই। জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে ওলাই আহিছে সকলো। এইবাৰ স্বনামধন্য কবি নীলমণি ফুকনে বিৰোধিতা কৰিলে কেব। পূৰ্বৰ স্থিতিতেই এতিয়াও অটল আছোঁ বুলি উল্লেখ কৰে যশস্বী কবিগৰাকীয়ে। অসমীয়াই কেব কেতিয়াও নিবিচাৰে বুলি মুখ্যমন্ত্ৰীকো নিজ মুখে কৈছে কবিগৰাকীয়ে। কেব প্ৰসংগ উনুকিয়াই আবেগিক হৈ পৰে স্বনামধন্য কবি নীলমণি ফুকন। অসমী আইৰ মুখৰ ভাষা হেৰাই যোৱাক লৈ শংকিত হৈ পৰিছে কবিগৰাকীয়ে। ইফালে শাৰিৰীকভাৱে সুস্থ থাকিলে ৰাজপথত আন্দোলন কৰিলোঁ হয় বুলিও উল্লেখ কৰে বিশিষ্ট কবি তথা কলা সমালোচক নীলমণি ফুকনে। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.