গুৱাহাটী, 26 ডিচেম্বৰ: " ছিণ্ডিকেটৰ বিৰুদ্ধে বহু কথা ৰাজহুৱা কৰাৰ বাবেই আজি অখিল গগৈক এনেদৰে কৰায়ত্ত কৰিছে "এই মন্তব্য কৃষক মুক্তিৰ কাৰ্যকৰী সভাপতি অনিল বড়োৰ ৷ অখিল গগৈৰ বাসগৃহত NIA ই অভিযান চলোৱা সন্দৰ্ভত ভিন্ন মন্তব্য কৰি অখিল গগৈ আৰু আন তিনিজন সংগ্ৰামী সদস্যক শীঘ্ৰে বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰে সভাপতিগৰাকীয়ে ৷ ইয়াৰোপৰি NIA ই ষড়যন্ত্ৰমূলকভাবে অখিল গগৈক নিজৰ জিম্মাত ৰখা বুলি মন্তব্য কৰি এনে কাৰ্যক ধিক্কাৰ দিয়াৰ লগতে মুকলি কৰি নিদিলে তীব্ৰ আন্দোলন গঢ়ি তুলিম বুলি মন্তব্য কৰে কাৰ্যকৰী সভাপতি গৰাকীয়ে।
NIA ই ষড়যন্ত্ৰমূলকভাবে অখিল গগৈক নিজৰ জিম্মাত ৰাখিছে : অনিল বড়ো - NIA rate in Akhil gogoi house and office
NIA ই ষড়যন্ত্ৰমূলকভাবে অখিল গগৈক নিজৰ জিম্মাত ৰখা বুলি মন্তব্য কৰি এনে কাৰ্যক ধিক্কাৰ দিয়াৰ লগতে মুকলি কৰি নিদিলে তীব্ৰ আন্দোলন গঢ়ি তুলিম বুলি মন্ত্বব্য কৰে কৃষক মুক্তিৰ কাৰ্যকৰী সভাপতি অনিল বড়োৱে।
গুৱাহাটী, 26 ডিচেম্বৰ: " ছিণ্ডিকেটৰ বিৰুদ্ধে বহু কথা ৰাজহুৱা কৰাৰ বাবেই আজি অখিল গগৈক এনেদৰে কৰায়ত্ত কৰিছে "এই মন্তব্য কৃষক মুক্তিৰ কাৰ্যকৰী সভাপতি অনিল বড়োৰ ৷ অখিল গগৈৰ বাসগৃহত NIA ই অভিযান চলোৱা সন্দৰ্ভত ভিন্ন মন্তব্য কৰি অখিল গগৈ আৰু আন তিনিজন সংগ্ৰামী সদস্যক শীঘ্ৰে বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰে সভাপতিগৰাকীয়ে ৷ ইয়াৰোপৰি NIA ই ষড়যন্ত্ৰমূলকভাবে অখিল গগৈক নিজৰ জিম্মাত ৰখা বুলি মন্তব্য কৰি এনে কাৰ্যক ধিক্কাৰ দিয়াৰ লগতে মুকলি কৰি নিদিলে তীব্ৰ আন্দোলন গঢ়ি তুলিম বুলি মন্তব্য কৰে কাৰ্যকৰী সভাপতি গৰাকীয়ে।
Body:তালাচীৰ অন্তত গান্ধীবস্তিস্থিত কাৰ্য্যালয়ৰ পৰা NIA ৰ দলে অখিল গগৈৰ পুথিভঁৰাল পৰা কেইখন মান কিতাপ লৈ যায়। লগতে কিছু নথি পত্ৰ আৰু স্থানীয় ব্যক্তিক সোধপুছ কৰে NIA দলে।অখিল গগৈক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰি কৃষক মুক্তিৰ কাৰ্যকৰী সভাপতি অনিল বড়ো য়ে কলে বহু কথা। ছিণ্ডিকেটৰ বিৰুদ্ধে বহু কথা ৰাজহুৱা কৰাৰ বাবেই আজি অখিল গগৈক এনেদৰে কৰায়ত্ত কৰিছে বুলি জানিবলৈ দিলে কাৰ্যকৰী সভাপতি গৰাকীয়ে।
Bite:-অনিল বড়ো।
Conclusion:অখিল গগৈৰ লগতে আন তিনিজন সংগ্ৰামী সদস্যক বৰ্তমানলৈ মুকলি কৰি নিদিয়া আৰু ষড়যন্ত্ৰ মূলক ভাবে অখিল গগৈক NIA নিজৰ জিম্মাত ৰখা কাৰ্যক ধিক্কাৰ দিয়াৰ লগতে মুকলি কৰি নিদিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ কথা জনালে কাৰ্য্যকৰী সভাপতি গৰাকীয়ে।
TAGGED:
NIA at akhil gogoi office