ETV Bharat / state

অম্বুবাচী মেলাঃ বহিঃৰাজ্যৰ পৰা বিশেষ ৰে’লৰ ব্যৱস্থা - পশ্চিম বংগ

পশ্চিম বংগ আৰু বাৰাণসীৰ পৰা বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে ৰে’ল বিভাগে । ইফালে কামাখ্যা ৰে’লৱে ষ্টেচনত পৰিস্কাৰ পৰিচন্নতা আৰু পাৰ্কিঙৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে ।

অম্বুবাচী উপলক্ষে বিশেষ ব্যৱস্থা ৰেল বিভাগৰ
author img

By

Published : Jun 16, 2019, 5:41 PM IST

গুৱাহাটী, 16 জুন: অম্বুবাচীলৈ আৰু মাজত মথো কেইটামান দিন বাকী । দেশী-বিদেশী লাখ-লাখ ভক্তৰ সমাগম ঘটিব নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা ধামত । অম্বুবাচীলৈ ৰে’লেৰে দেশৰ বিভিন্ন প্ৰান্তৰ ভক্ত আহে । প্ৰতিবছৰৰ দৰে এইবাৰো কেইবাটাও পদক্ষেপ হাতত লৈছে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই । পশ্চিম বংগ আৰু বাৰাণসীৰ পৰা বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে ৰে’ল বিভাগে । ইফালে কামাখ্যা ৰেলৱে ষ্টেচনতো পৰিস্কাৰ পৰিচন্ন আৰু পাৰ্কিঙৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে ।

অম্বুবাচী উপলক্ষে বিশেষ ব্যৱস্থা ৰেল বিভাগৰ

লগতে পঢ়ক: নাৰী কেলেংকাৰীত জড়িত ৰিপুন বৰাঃ নিলম্বিত জেষ্ঠ কংগ্ৰেছ নেতা ৰমেন বৰঠাকুৰৰ বিস্ফোৰণ

ৰে’লেৰে অহা ভক্তসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৰে’ল বিভাগে । চৰকাৰ-প্ৰশাসনৰ লগতে প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৰে’ল বিভাগে ।

Intro:অম্বুবাচীলৈ আৰু মাজত মথো কেইটামান দিন বাকী। দেশী-বিদেশী লাখ-লাখ ভক্তৰ সমাগম ঘটিব নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা ধামত। অম্বুবাচীলৈ ৰেলেৰে দেশৰ বিভিন্ন প্ৰান্তৰ ভক্ত আহে। প্ৰতিবছৰৰ দৰে এইবাৰো কেইবাটাও পদক্ষেপ হাতত লৈছে উত্তৰ-পূৱ সীমান্ত ৰেলৱে। পশ্চিম বংগ আৰু বাৰানসীৰ পৰা বিশেষ ৰেলৰ ব্যৱস্থা কৰিছে ৰেল বিভাগে। ইফালে কামাখ্যা ৰেলৱে ষ্টেচনতো পৰিস্কাৰ পৰিচন্ন আৰু পাৰ্কিঙৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। ৰেলেৰে অহা ভক্তসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৰেল বিভাগে। মুঠৰ ওপৰত চৰকাৰ-প্ৰশাসনৰ লগতে প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৰেল বিভাগে।
Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.