ETV Bharat / state

হোম কোৱাৰেণ্টাইনৰ নতুন এছ অ' পি জাৰি - স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিনহা

ক'ভিড আক্ৰান্ত ৰোগীৰ হোম কোৱাৰেণ্টাইনৰ ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য বিভাগে জাৰি কৰিছে কেতবোৰ কঠোৰ বিধি নিয়ম (এছ অ' পি) । স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাই জাৰি কৰা এই নতুন এছ অ' পি মতে হোম কোৱাৰেন্টাইনত থকা কোনো লোক যদি নিজৰ ঘৰৰ পৰা ওলাই চলা-ফুৰা কৰে তেন্তে তেওঁৰ বিৰুদ্ধে পূৰ্বতকৈও কঠোৰ হ’ব চৰকাৰ ।

হোম কোৱাৰেণ্টাইনৰ নতুন এছ অ' পি জাৰি
হোম কোৱাৰেণ্টাইনৰ নতুন এছ অ' পি জাৰি
author img

By

Published : Apr 25, 2021, 6:26 AM IST

গুৱাহাটী,25 এপ্ৰিল: ক'ভিড আক্ৰান্ত ৰোগীৰ হোম কোৱাৰেণ্টাইনৰ ক্ষেত্ৰত শনিবাৰে বিয়লি ৰাজ্যৰ স্বাস্থ্য বিভাগে জাৰি কৰিছে কেতবোৰ কঠোৰ বিধি নিয়ম (এছ অ' পি) । স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাই জাৰি কৰা এই নতুন এছ অ' পি মতে হোম কোৱাৰেণ্টাইনত থকা কোনো লোক যদি নিজৰ ঘৰৰ পৰা ওলাই চলা-ফুৰা কৰে, তেন্তে তেওঁৰ বিৰুদ্ধে পূৰ্বতকৈও কঠোৰ হ’ব চৰকাৰ ।

সেই অনুসৰি গাঁও, চহৰ, নগৰ সকলো অঞ্চলতে জিলা উপায়ুক্ত বা কৰ্তৃত্বশালী বিষয়াই স্থানীয় লোকক লৈ একোখনকৈ সমিতি গঠন কৰি দিব । সংশ্লিষ্ট অঞ্চলৰ হোম কোৱাৰেণ্টাইনত থকা কোনো লোকে যদি নিয়ম ভংগ কৰি ঘৰৰ বাহিৰলৈ ওলাই আহে কিম্বা চলা-ফুৰা কৰে তেন্তে তেনে লোকৰ বিৰুদ্ধে আৰক্ষীৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্ণ কৰ্তৃত্ব থাকিব তেনে সমিতিসমূহৰ ।

হোম কোৱাৰেণ্টাইনৰ নতুন এছ অ' পি জাৰি

প্ৰতিটো তেনে অঞ্চলৰ এনজিঅ'ৰ প্ৰতিনিধি, অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট ব্যক্তি আদিক লৈ এই সমিতিসমূহ উপায়ুক্তসকলে গঠন কৰি দিব ।

লগতে পঢ়ক: ক'ভিড আতংক আৰু যুৱ প্ৰজন্মৰ কেৰিয়াৰ: কি ক'লে কেৰিয়াৰ মেন্টৰ ৰঞ্জন বৰুৱাই ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.