ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰাবাসৰ 13 জনৰ দেহত COVID-19

author img

By

Published : Jun 4, 2020, 10:17 PM IST

হাজো মডেল হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আটাইকেইজন আক্ৰান্তক । ইপিনে ছাত্ৰাবাসকেইটা ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ।

as_ghy_03_covid case_as10002
as_ghy_03_covid case_as10002

গুৱাহাটী, 4 জুনঃ গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰাবাসত কোৱাৰেণ্টাইন হৈ থকা 13 গৰাকী লোকৰ দেহত নতুনকৈ বৃহস্পতিবাৰে ধৰা পৰে COVID-19 ।

আটাইকেইজন আক্ৰান্ত লোককে প্ৰেৰণ কৰা হৈছে হাজো মডেল হাস্পতাললৈ ।

এই লোক কেইজন কৰ'ণা ভাইৰাছত আক্ৰান্ত বুলি ধৰা পৰাৰ পাচতেই ছাত্ৰাবাস কেইটা ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে । ইফালে ৰাজ্যত শেহতীয়াকৈ 111 জন লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি । বৰ্তমানলৈ ৰাজ্যখনত মুঠ কৰ'ণা আক্ৰান্তৰ সংখ্যা হৈছেগৈ 1988 গৰাকী । তাৰে 442 গৰাকী সুস্থ হৈ উঠাৰ বিপৰীতে চিকিৎসাধীন অৱস্থাত আছে 1539 গৰাকী ।

লগতে পঢ়কঃ কাৰাগাৰত চলে যৌন নিৰ্যাতন: মানৱ অধিকাৰ আয়োগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.