গুৱাহাটী,11 আগষ্টঃ ৰাজ্যৰ যুৱক-যুৱতীসকলক স্বাৱলম্বীতাৰ আদৰ্শ তথা প্ৰচুৰ সম্ভাৱনাময় মানৱ সম্পদ হিচাপে গঢ়ি তুলিবৰ বাবে নেডফি হাউচে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । ষ্টাৰ্ট আপ ইণ্ডিয়া আঁচনিৰ জৰিয়তে সফল উদ্যোমী হিচাপে প্ৰতিষ্ঠা লাভ কৰা উত্তৰ-পূৱৰ 27 গৰাকী উদ্যোমীৰ বিভিন্ন সামগ্ৰীৰ এক তিনিদিনীয়া প্ৰদৰ্শনীৰ আয়োজন কৰিছে নেডফি হাউচে । এই সফল উদ্যোমী সকলৰ সামগ্ৰী প্ৰত্যক্ষ কৰি যাতে উত্তৰ পূৰ্বাঞ্চলৰ অন্য নিবনুৱা সকলো প্ৰভাৱিত হৈ নিজকে উদ্যোমী হিচাপে গঢ়ি তুলিবলৈ উৎসাহিত হয় এই লক্ষ্য আগত ৰাখি এই বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। মাজুলীৰ মুখা শিল্পৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰকাৰৰ চাহ, আচাৰ, বাঁহ-বেতৰ সামগ্ৰী লৈ এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে ষ্টাৰ্ট আপ ইণ্ডিয়া আঁচনিৰ জৰিয়তে উদ্যোমী হিচাপে প্ৰতিষ্ঠা লাভ কৰা 27 গৰাকী যুৱক-যুৱতী ৷ নেডফি হাউচে প্ৰথম বাৰৰ বাবে আয়োজন কৰা এই প্ৰদৰ্শনীৰ মাধ্যমেৰে উদ্যোমী সকলৰ নিৰ্মিত সামগ্ৰীসমূহ বিক্ৰীৰ বাবে এক বজাৰ প্ৰদান কৰাৰ লগতে ৰাইজকো এই সামগ্ৰী সমূহৰ লগত চিনাকি কৰাই দিয়াৰ বাবে এই প্ৰচেষ্টা গ্ৰহণ কৰিছে ।
গুৱাহাটীত অনুষ্ঠিত 'নৰ্থ ইষ্ট ষ্টাৰ্ট আপ এণ্ড ক্ৰাফট ফেয়াৰ' - START up INDIA
উত্তৰ পূৰ্বাঞ্চলৰ নিবনুৱা যুৱক-যুৱতী সকলক ষ্টাৰ্ট আপ ইণ্ডিয়া আঁচনিৰ জৰিয়তে উদ্যোমী হিচাপে গঢ়ি তুলিবলৈ নেডফি হাউচত 'নৰ্থ ইষ্ট ষ্টাৰ্ট আপ এণ্ড ক্ৰাফ্ট ফেয়াৰ'। মেলাখনত অংশগ্ৰহণ কৰা 54 গৰাকী উদ্যোমী যুৱক-যুৱতীৰ ভিতৰত 27 গৰাকীয়ে ষ্টাৰ্ট আপ ইণ্ডিয়া আঁচনিৰ জৰিয়তে নিজকে প্ৰতিষ্ঠা কৰিছে সফল উদ্যোমী হিচাপে ।
গুৱাহাটী,11 আগষ্টঃ ৰাজ্যৰ যুৱক-যুৱতীসকলক স্বাৱলম্বীতাৰ আদৰ্শ তথা প্ৰচুৰ সম্ভাৱনাময় মানৱ সম্পদ হিচাপে গঢ়ি তুলিবৰ বাবে নেডফি হাউচে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । ষ্টাৰ্ট আপ ইণ্ডিয়া আঁচনিৰ জৰিয়তে সফল উদ্যোমী হিচাপে প্ৰতিষ্ঠা লাভ কৰা উত্তৰ-পূৱৰ 27 গৰাকী উদ্যোমীৰ বিভিন্ন সামগ্ৰীৰ এক তিনিদিনীয়া প্ৰদৰ্শনীৰ আয়োজন কৰিছে নেডফি হাউচে । এই সফল উদ্যোমী সকলৰ সামগ্ৰী প্ৰত্যক্ষ কৰি যাতে উত্তৰ পূৰ্বাঞ্চলৰ অন্য নিবনুৱা সকলো প্ৰভাৱিত হৈ নিজকে উদ্যোমী হিচাপে গঢ়ি তুলিবলৈ উৎসাহিত হয় এই লক্ষ্য আগত ৰাখি এই বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। মাজুলীৰ মুখা শিল্পৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰকাৰৰ চাহ, আচাৰ, বাঁহ-বেতৰ সামগ্ৰী লৈ এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে ষ্টাৰ্ট আপ ইণ্ডিয়া আঁচনিৰ জৰিয়তে উদ্যোমী হিচাপে প্ৰতিষ্ঠা লাভ কৰা 27 গৰাকী যুৱক-যুৱতী ৷ নেডফি হাউচে প্ৰথম বাৰৰ বাবে আয়োজন কৰা এই প্ৰদৰ্শনীৰ মাধ্যমেৰে উদ্যোমী সকলৰ নিৰ্মিত সামগ্ৰীসমূহ বিক্ৰীৰ বাবে এক বজাৰ প্ৰদান কৰাৰ লগতে ৰাইজকো এই সামগ্ৰী সমূহৰ লগত চিনাকি কৰাই দিয়াৰ বাবে এই প্ৰচেষ্টা গ্ৰহণ কৰিছে ।
Body:দেশত প্ৰতিদিনে নিবনুৱাৰ সংখ্যা ভয়াবহ ভাবে বৃদ্ধি পাবলৈ ধৰিছে। চৰকাৰী অন্যথা বেচৰকাৰী প্ৰতিষ্ঠান এটাত সৰু চাকৰি এটা লাভ কৰিবলৈ দেশত লাখ লাখ যুৱক-যুৱতীয়ে চলাইছে সংগ্রাম। এটা সাধচৰণ চাকৰি বিচাৰি হাহাকাৰ কৰা এই লাখ লাখ যুৱক-যুৱতীৰ পৰিবৰ্তে কিছুমান এনে যুৱক-যুৱতীও আছে যিসকলে উপযুক্ত সময়ত নিজৰ বুদ্ধি আৰু চেষ্টাৰ জৰিয়তে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এই সফল যুৱক-যুৱতী সকলক যাতে অন্য যুৱক-যুৱতী সকলে আদৰ্শ হিচাপে গ্ৰহণ কৰে ইয়াৰ বাবে নেডফি হাউচে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। ষ্টাৰ্ট আপ ইণ্ডিয়া আঁচনিৰ জৰিয়তে সফল উদ্যোমী হিচাপে প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পূৱৰ ২৭ গৰাকী উদ্যোমীৰ বিভিন্ন সামগ্ৰীৰ এক তিনিদিনীয়া প্ৰদৰ্শনীৰ আয়োজন কৰিছে নেডফি হাউচে। এই সফল উদ্যোমী সকলৰ সমগী প্ৰত্যক্ষ কৰি যাতে উত্তৰ পূৰ্বাঞ্চলৰ অন্য নিবনুৱা সকলো প্ৰভাৱিত হৈ নিজকে উদ্যোমী হিচাপে গঢ়ি তুলিবলৈ উৎসাহিত হয় এই লক্ষ্য আগত ৰাখি এই বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। মাজুলীৰ মুখা শিল্পৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰকাৰৰ চাহ, আচাৰ, বাঁহ-বেতৰ সামগ্ৰী লৈ এই প্ৰদৰ্শনীত অংশগ্ৰন কৰিছে ষ্টাৰ্ট আপ ইণ্ডিয়া আঁচনিৰ জৰিয়তে উদ্যোমী হিচাপে প্ৰতিষ্ঠা লাভ কৰা ২৭ গৰাকী যুৱক-যুৱতী।
বাইট : আয়োজক
Conclusion:নেডফি হাউচে প্ৰথম বাৰৰ বাবে আয়োজন কৰা এই প্ৰদৰ্শনীৰ মাধ্যমেৰে উদ্যোমী সকলৰ নিৰ্মিত সামগ্ৰী সমূহ বিক্ৰীৰ বাবে এক বজাৰ প্ৰদান কৰাৰ লগতে ৰাইজকো এই সামগ্ৰী সমূহৰ লগত চিনাকি কৰাই দিয়াৰ বাবে এই প্ৰচেষ্টা গ্ৰহণ কৰিছে।