ETV Bharat / state

শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত নেডাৰ চতুৰ্থ সমাৰোহ - ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহ

উত্তৰ পূৰ্বাঞ্চলৰ 8 খন ৰাজ্যৰ বিজেপি নেতৃত্ব আৰু বিজেপি মিত্ৰ জোঁটৰ সাংসদ বিধায়ক সকলো উপস্থিত আছে এই সমাৰোহত ৷

শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত নেডাৰ চতুৰ্থ সমাৰোহ
author img

By

Published : Sep 9, 2019, 12:26 PM IST

গুৱাহাটী, 9 ছেপ্টেম্বৰঃ

  • শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত নেডাৰ চতুৰ্থ সমাৰোহ ৷
  • বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত এই সমাৰোহ ৷
  • উত্তৰ পূৰ্বাঞ্চলৰ 8 খন ৰাজ্যৰ বিজেপি নেতৃত্ব আৰু বিজেপি মিত্ৰ জোঁটৰ সাংসদ বিধায়ক সকলো উপস্থিত আছে এই সমাৰোহত ৷
  • বিজেপি আৰু ইয়াৰ মিত্ৰ জোঁটৰ চৰকাৰৰ মুখ্যমন্ত্ৰী সকলো উপস্থিত আছে এই সমাৰোহত ৷

ইপিনে সমাৰোহ খনত নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই আদৰণি ভাষণ দিয়ে ৷ ভাষণত তেওঁ কয় যে উত্তৰ পূবৰ আঠ ৰাজ্যৰ মাজত সদ্ভাৱনাৰ বাবে নেডা এক প্লেটফৰ্ম আৰু আঠ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েই অকংগ্ৰেছী ৷ লগতে আজি এয়া ঐতিহাসিক দিন বুলি মন্তব্য কৰি শৰ্মাই কয় যে তেওঁৰ ৰাজনৈতিক জীৱনত এয়া সোণোৱালী সময় ৷ আৰু আহি থকা সময়তো সকলো একত্ৰিত হৈ থকাৰ পণ লয় হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰোপৰিও তেওঁ কয় যে উত্তৰ পূবৰ 25 জন সাংসদৰ 19 জনেই নেডাৰ ৷ আনহাতে উত্তৰ পূবৰ সীমান্ত সমস্যা সমাধান হ'ব বুলি মন্তব্য কৰি তেওঁ কয় যে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে উত্তৰ পূবক দেশৰ সম্পদ হোৱাতো বিচাৰিছে ৷ তদুপৰি নিচা জাতীয় দ্ৰব্যৰ পৰাও উত্তৰ পূবক মুক্ত কৰিব লাগিব তেওঁ মন্তব্য কৰে ৷ ইপিনে দিল্লীত উত্তৰ পূবৰ এটা সাংস্কৃতিক সংগ্ৰহালয় কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে ৷

  • সমাৰোহত উপস্থিত আছে-----
  • কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু ,
  • মিজোৰামৰ মুখ্যমন্ত্ৰী জ'ৰাম ঠাংগা ,
  • ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ ,
  • নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ',
  • চিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম কুমাৰ টামাং,
  • মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা,
  • অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু,
  • মনিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং,
  • অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ,
  • কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ,
  • কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং,
  • অসম গণ পৰিষদৰ সভাপতি অতুল বৰা,
  • হাগ্ৰামা মহিলাৰী, তংকেশ্বৰ ৰাভা,
  • অজয় জামোৱাল (বিজেপিৰ উত্তৰ পূব মণ্ডল)

Intro:Body:

Update NEDA #1

শংকৰদেৱ কলাক্ষেত্ৰত NEDA ৰ চতুৰ্থ সমাৰোহ

বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ উপস্থিতিত সমাৰোহ

উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ বিজেপি নেতৃত্ব উপস্থিত

বিজেপি আৰু ইয়াৰ মিত্ৰ জোঁটৰ চৰকাৰৰ মুখ্যমন্ত্ৰী সকল উপস্থিত

উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

৮ ৰাজ্যৰ বিজেপি মিত্ৰ জোঁটৰ সাংসদ বিধায়ক সকলো উপস্থিত

মঞ্চত উপস্থিত সকল --- 

• Joram thanga cm mizoram

•  Biplab dev cm tripura

• Nephio Rio cm Nagaland

• Prem kumar tamang cm sikkim

•  Konrad sangma cm meghalaya

•  Pema khandu cm arunachal pradesh

•  N biren singh cm Manipur

•  Sarbananda Sonowal cm Assam

•  Kiren rijiju union minister

•  Ramesear teli union minister

•   Jitender singh union minister

•   Atul Bora president AGP

•   Hagrama mahilary

•  Tankeswar rabha, 

•    Ajay jamowal (BJP North East zonal organising GS)

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.