গুৱাহাটী, 31 মাৰ্চঃ সোমবাৰে নাৰেংগীৰ ৰাজপথত উদ্ধাৰ হয় এটি আঘাতপ্ৰাপ্ত হৰিণা ৷ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত উলাই অহা হৰিণাটোৱে নাৰেংগীৰ ৰাজপথৰ ওপৰত পৰি দিকবিদিক হেৰুৱাই পেলাই ৷ পৰৱৰ্তি সময়ত ৰাজপথত এখন অটোভানত খুন্দা মাৰে হৰিণাটোৱে ৷ হৰিণাটো প্ৰত্যক্ষ কৰিয়ে স্থানীয় ৰাইজে নুনমাটি আৰক্ষীক অৱগত কৰে ৷ আৰক্ষী উক্ত স্থানত উপস্থিত হৈ বন বিভাগৰ লোকক খবৰ দিয়ে ৷ পৰবৰ্তী সময়ত বন বিভাগৰ লোকে উদ্ধাৰ কৰি লৈ যায় আঘাটপ্ৰাপ্ত হৰিণাটো ৷
নাৰেংগীৰ ৰাজপথত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণা - নাৰেংগীৰ ৰাজপথত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণা
ৰাজপথত এখন অটোভানত খুন্দা মাৰে হৰিণাটোৱে ৷
উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণা