ETV Bharat / state

গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু জিতেন্দ্ৰ সিং

অসমত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী তথা নিৰ্বাচনী প্ৰভাৰী নৰেন্দ্ৰ সিং টোমৰ আৰু সহ-প্ৰভাৰী জিতেন্দ্ৰ সিং ৷ বিজেপি অসম প্ৰদেশৰ নিৰ্বাচনী প্ৰস্তুতিক অধিক তৰান্বিত কৰি তোলাৰ উদ্দেশ্যে গুৱাহাটীত উপস্থিত হৈছেহি কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু জিতেন্দ্ৰ সিং ৷

as_ghy_01_narendra_singh_tomar_and_jitendra_singh_at_guwahati_img_AS10028
narendra singh tomar and jitendra singh at assam
author img

By

Published : Feb 17, 2021, 10:54 PM IST

গুৱাহাটী, 17 ফেব্ৰুৱাৰী: বিজেপি অসম প্ৰদেশৰ নিৰ্বাচনী প্ৰস্তুতিক অধিক তৰান্বিত কৰি তুলিবলৈ কেন্দ্ৰীয় মন্ত্ৰী তথা নিৰ্বাচনী প্ৰভাৰী নৰেন্দ্ৰ সিং টোমৰ আৰু সহ-প্ৰভাৰী জিতেন্দ্ৰ সিং অসমত উপস্থিত হৈছেহি।

জাৱিব পৰা মতে, বৃহস্পতিবাৰে দিনৰ 12 বজাত শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত নৰেন্দ্ৰ সিং টোমৰে বিধানসভাৰ প্ৰভাৰী, মণ্ডল সভাপতি সৈতে দলৰ এক গুৰুত্বপূৰ্ণ সাংগঠনিক সভাত অংশগ্ৰহণ কৰিব । আবেলি 4 বজাত তেওঁ খানাপাৰাৰ জয়ানগৰত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সংবাদকোষৰ কাৰ্যালয় শুভ উদ্বোধন কৰিব বুলি জানিব পৰা গৈছে ৷

সন্ধিয়া গণেশগুৰিস্থিত নিৰ্বাচনী কাৰ্যালয়ত বিজেপি অসম প্ৰদেশৰ 27 খন নিৰ্বাচন সমিতিৰ আহ্বায়ক-সহ আহ্বায়কসকলৰ লগত নিৰ্বাচনী বিষয় সন্দৰ্ভত এক বৈঠকতো টোমৰে অংশ ল'ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:আজমলক হিটলাৰ আখ্যা দি এআইইউডিএফ ত্যাগ কৰিলে আলী হুছেইনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.