ETV Bharat / state

NRC ৰ পৰা বাদ পৰিছে খিলঞ্জীয়া ! - assam news

3204 খন লিগেচীৰ ভিতৰত 1977 ভুৱা আৰু 1227 খন লিগেচীত বাংলাদেশী মানুহৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি জানিবলৈ দিয়ে সচেতন নাগৰিক মঞ্চই । ইয়াৰ লগতে NRC ডাটা অন্তৰ্ভুক্তিৰ বাবে দায়িত্ব দিয়া ব্যক্তিগত প্ৰতিষ্ঠান Wipro য়ে বিয়াগোম কেলেংকাৰী সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰে ৷

NRC ৰ পৰা বাদ পৰিছে খিলঞ্জীয়া!
author img

By

Published : Aug 3, 2019, 10:53 PM IST

গুৱাহাটী, 3 আগষ্টঃ ডিমা হাছাও,কোকৰাঝাৰ, ওদালগুৰিকে ধৰি বিভিন্ন অঞ্চলত বৰ্তমানেও NRC ৰ পৰা বাদ পৰি আছে বহু খিলঞ্জীয়া লোক । এই লোকসকলৰ নাম অন্তৰ্ভুক্তিৰ কোনো প্ৰক্ৰিয়া কৰা নাই প্ৰতীক হাজেলাই । এই মন্তব্য সচেতন নাগৰিক মঞ্চৰ ৷ শনিবাৰে এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়াত বহু আসোঁৱাহ লৈ সংবাদমেল সচেতন নাগৰিক মঞ্চৰ ৷ 3204 খন লিগেচী ভুৱা অৰ্থাৎ একাধিকবাৰ ব্যৱহাৰ হৈছে বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে নাগৰিক মঞ্চৰ সদস্যসকলে ৷ লগতে 3204 খন লিগেচীৰ ভিতৰত 1977 ভুৱা আৰু 1227 খন লিগেচীত বাংলাদেশী মানুহৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি জানিবলৈ দিয়ে সচেতন নাগৰিক মঞ্চই । ইয়াৰ লগতে NRC ডাটা অন্তৰ্ভুক্তিৰ বাবে দায়িত্ব দিয়া ব্যক্তিগত প্ৰতিষ্ঠান Wipro য়ে বিয়াগোম কেলেংকাৰী সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰে ৷

আনহাতে, এন আৰ চি ঘোষণাৰ পিছৰ দিনটোতে কিমান জন বিদেশীয়ে NRC ত নাম অন্তৰ্ভুক্তি কৰিলে লগতে ক'ত ক'ত কৰিলে নাম ঠিকনাৰ সৈতে সকলো ফাদিল কৰিব বুলি জানিবলৈ দিলে সচেতন নাগৰিক মঞ্চই ।

Intro:সচেতন নাগৰিক মঞ্চৰ সংবাদমেল। এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়াত বহু আসোঁৱাহ লৈ সংবাদমেল সচেতন নাগৰিক মঞ্চৰ । সচেতন নাগৰিক মঞ্চই জানিবলৈ দিয়া অনুসৰি এন আৰ চিৰ বহুতো গোপন তথ্য এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাই।
ডিমা হাছাও ,কুকুৰাঝাৰ , ওদালগুৰিকে ধৰি বিভিন্ন অঞ্চলত বহু খিলঞ্জীয়া লোক এতিয়াও এন আৰ চি ৰ পৰা বাহিৰ হৈ আছে। এই লোক সকলৰ নাম অন্তৰ্ভুক্তিৰ কোনো প্ৰক্ৰিয়া বৰ্তমানলৈ কৰা নাই প্ৰতীক হাজেলাই।

Body:বাৰ্মাৰ পৰা অহা বহু লোকে স্থানীয় যুৱতীক বিয়া কৰোৱাৰ পিছত শহুৰেকৰ লিগেচী ব্যৱহাৰ কৰি NRC ত নাম অন্তৰ্ভুক্ত কৰিছে। বহু ব্যৱসায়ীয়ে ব্যৱসায় প্ৰতিষ্ঠানৰ মালিকৰ লিগেচী ব্যৱহাৰ কৰি NRC নাম অন্তৰ্ভুক্ত কৰিছে। NRC প্ৰক্ৰিয়াৰ ডাটা অন্তৰ্ভুক্তিৰ কৰ্মচাৰী সকলৰ পুলিচে কোনো ধৰণৰ অনুসন্ধান কৰা হোৱা নাছিল। লগতে ব্যক্তিগত প্ৰতিষ্ঠান wipro ক দায়িত্ব দিয়া হৈছিল ডাটা অন্তৰ্ভুক্তি প্ৰক্ৰিয়াৰ সমস্ত দায়িত্ব,যত অন্তৰ্ভুক্তি প্ৰক্ৰিয়াত বিয়াগোম কেলেংকাৰী হৈছে। 3204 খন লিগেচী ভুৱা অৰ্থাৎ একাধিক বাৰ ব্যৱহাৰ হৈছে এই লিগেচী সমূহ বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে সচেতন নাগৰিক মঞ্চই। লগতে 3204 খন লিগেচীৰ ভিতৰত 1977 ভুৱা আৰু 1227 খন লিগেচীত বাংলাদেশী মানুহৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি জানিবলৈ দিয়ে সচেতন নাগৰিক মঞ্চই।

Conclusion:এন আৰ চি ঘোষণাৰ পিছৰ দিনটোতে কিমান জন বিদেশীয়ে NRC ত নাম অন্তৰ্ভুক্তি কৰিলে লগতে কত কত কৰিলে নাম ঠিকনাৰ সৈতে সকলো ফাদিল কৰিব বুলি জানিবলৈ দিলে সচেতন নাগৰিক মঞ্চই।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.