ETV Bharat / state

মহানগৰীৰ বালুঘাটত ট্ৰাক চালকৰ মৃতদেহ উদ্ধাৰ

চালকজনৰ গাল আৰু মুখত আঘাতৰ চিন প্ৰত্যক্ষ কৰি দুয়োৰে মাজত কোনো কথাত সংঘাতৰ সৃষ্টি হোৱাৰ পাচতেই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ আৰক্ষীৰ ৷ মৃত চালকজন অন্ধ্ৰপ্ৰদেশৰ শেখ চাইফুল্লা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে৷

মহানগৰীৰ বালুঘাটত নৃশংস হত্যাকাণ্ড
author img

By

Published : May 19, 2019, 4:44 PM IST

গুৱাহাটী, 19 মে' : মহানগৰীৰ বালুঘাটৰ এ টি চি পাৰ্কিঙৰ ভিতৰত ট্ৰাক চালকৰ মৃতদেহ উদ্ধাৰ ৷ হেণ্ডিমেনে চালকগৰাকীক হত্যা কৰাৰ সন্দেহ ৷ AP21 TX 9889 নম্বৰৰ ট্ৰাকখনৰ ভিতৰত উদ্ধাৰ হয় চালকজনৰ মৃতদেহ ৷ চালকজনৰ গাল আৰু মুখত আঘাতৰ চিন প্ৰত্যক্ষ কৰি দুয়োৰে মাজত কোনো কথাত সংঘাতৰ সৃষ্টি হোৱাৰ পাচতেই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ আৰক্ষীৰ ৷ মৃত চালকজন অন্ধ্ৰপ্ৰদেশৰ শেখ চাইফুল্লা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে৷

A_GHY_804_19MAY_DEADBODY_RECOVERD_VISUAL_BYTE_ASRAR

 মহানগৰীৰ বালুঘাটত থকা  ATC PARKING ত  নৃশংখ হত্যাকাণ্ড ।  পাৰ্কিংৰ ভিতৰত  AP21 TX 9889 নম্বৰৰ চালকক চোকা অস্ত্ৰেে হত্যা কৰে । প্ৰত্যক্ষদৰ্শীৰ মতে হেণ্ডিমেনে হত্যা কৰাৰ সন্দেহ । ঘটনা সংঘটিত কৰি হেণ্ডিমেনৰ পলায়ন । হাত আৰু মুখমণ্ডলত আঘাতৰ চিন ষ্পষ্ট। মৃত চালক জনৰ নাম শীখ ছাইফুল ঘৰ অন্ধ্ৰপ্ৰদশেৰ। বশিষ্ঠ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় চলাইছে তদন্ত।

Visual at Ftp

Byte 

Asrar Ansari 
  Guwahati 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.