- 5 দিনৰ আৰক্ষীৰ জিন্মাত গুৱাহাটী পৌৰ নিগমৰ বোকা কেলেংকাৰীৰ মূল অভিযুক্ত মিঠু আগৰৱালা (Mud scam accused Mithu Agarwala )
- সোমবাৰে বিশেষ আদালতত হাজিৰ কৰোৱা হয় আগৰৱালাক
- আৰক্ষীয়ে 10 দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে 5 দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে
- অহা 9 ডিচেম্বৰত বিশেষ আদালত হাজিৰ কৰোৱা হ’ব মিঠু আগৰৱালাক
- বিহাৰৰ চুপলৰ ত্ৰিৱেণীগঞ্জৰ পৰা শুকুৰবাৰে মুখ্যমন্ত্ৰী ভিজিলেন্সে (CM Vigilance Arrested Mithu Agarawala) গ্ৰেপ্তাৰ কৰিছিল আগৰৱালাক।
- মিঠু আগৰৱাল দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল
- ৪৪ দিন ধৰি পশ্চিমবংগ , বিহাৰৰ বিভিন্ন স্থানত আত্মগোপন কৰি আছিল মাষ্টাৰ মাইণ্ড মিঠু আগৰৱালাই
- ডিনচান গ্লোবেল প্ৰাইভেট লিমিটেডৰ অংশীদাৰ আছিল মিঠু
- ডিনচানৰ স্বত্বাধিকাৰী দীনেশ জয়ছোৱালৰে মিলি সংঘটিত কৰিছিল বিয়াগোম কেলেংকাৰী
- গাড়ীৰ ভুৱা পঞ্জীয়ন নম্বৰ দেখুৱাই উলিয়াই নিছিল ঠিকাৰ বিল
- শ শ ভুৱা চালান প্ৰস্তুত কৰিছিল ধৃত মিঠু আগৰৱালাই (Mithu Agarawala Arrested)
Mithu Agarawala in police custody: 5 দিনৰ আৰক্ষী জিম্মাত বোকা কেলেংকাৰীৰ মূল অভিযুক্ত মিঠু আগৰৱালা - CM Vigilance Arrested Mithu Agarawala
5 দিনৰ আৰক্ষীৰ জিম্মাত গুৱাহাটী পৌৰ নিগমৰ বোকা কেলেংকাৰীৰ মূল অভিযুক্ত মিঠু আগৰৱালা (Mud scam accused Mithu Agarwala in 5 days police custody)৷
Mithu Agarawala in police custody: ৫ দিনৰ আৰক্ষী জিন্মাত বোকা কেলেংকাৰীৰ মূল অভিযুক্ত মিঠু আগৰৱালা