ETV Bharat / state

লকডাউনৰ সময়ত কিদৰে সুস্থ থাকিব ? মিঃ ইউনিভাৰ্ছ অচুৎ কলিতাৰ বিশেষ টিপ !

author img

By

Published : May 30, 2020, 10:02 PM IST

ল'কডাউনৰ সময়ত সুস্থ হৈ থাকিবলৈ ঘৰতে আপুনি কি কি কৰিব পাৰে সেইয়া জনালে শৰীৰচৰ্চাবিদ মিষ্টাৰ ইউনিভাৰ্চ অচুৎ কলিতাই ৷

Mr. Universe Achyut Kalita suggest exercise for good health
ল'কডাউনৰ সময়ত সুস্থ হৈ থাকিবলৈ আপোনাৰ বাবে কিছুমান বিশেষ ব্যাম

গুৱাহাটী, 30 মে': লক ডাউনৰ বাবে ব্যাহত স্বাভাৱিক জীৱন ৷ সম্পূৰ্ণ ৰূপে বন্ধ জিমৰ লগতে যোগৰ কৰ্মশালাবোৰ । যাৰ ফলত এতিয়া জনসাধাৰণে কৰিব পৰা নাই শৰীৰ চৰ্চা । কিন্তু আপুনি ঘৰতে থাকিও সুস্থ হৈ থাকিবৰ বাবে কৰিব পাৰে কিছুমান ব‍্যায়াম আৰু শৰীৰ চৰ্চা । ল'কডাউনৰ সময়ত সুস্থ হৈ থাকিবলৈ ঘৰতে আপুনি কি কি কৰিব পাৰে সেইয়া জনালে শৰীৰ চৰ্চা বিদ মিষ্টাৰ ইউনিভাৰ্চ অচুৎ কলিতাই ৷

ইয়াৰ লগতে শৰীৰ চৰ্চাৰ বাবে যিবোৰ সামগ্ৰী প্ৰস্তুত কৰা হোৱা নাই তেনেধৰণৰ সামগ্ৰীৰে শৰীৰ চৰ্চা নকৰিবলৈ সকলোকে আহ্বান জনাই মিষ্টাৰ ইউনিভাৰ্চ অচুৎ কলিতাই ৷

লগতে পঢ়কঃ নলবাৰীৰ লাৰকুছিত গৰাখহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.