ETV Bharat / state

দিহিং পাটকাই সন্দৰ্ভত চৰকাৰে লোৱা ভূমিকাত ক্ষুব্ধ সাংসদ প্ৰদ্যুৎ বৰদলৈ

জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ দিহিং পাটকাই বৰ্ষাৰণ্য সন্দৰ্ভত, বনমন্ত্ৰী পৰিমল শুল্কবৈদ্য আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদমেলযোগে কৰা ভাষ্যৰ প্ৰত্যুত্তৰ দিয়ে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷

mp pradyut bardalai's rection against minister primal suklabadya and chandramohan patowary

author img

By

Published : May 31, 2020, 5:03 PM IST

গুৱাহাটী, 31 মে': দিহিং পাটকাই বৰ্ষাৰণ্য সন্দৰ্ভত চৰকাৰে লোৱা ভূমিকাত ক্ষুব্ধ সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ শনিবাৰে অসম চৰকাৰৰ বনমন্ত্ৰী পৰিমল শুল্কবৈদ্য আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দিহিং পাটকাই সম্পৰ্কে, সংবাদমেল যোগে উল্লেখ কৰা ভাষ্যসমূহৰ প্ৰত্যুত্তৰ দিয়ে সাংসদগৰাকীয়ে ৷

দিহিং পাটকাই সন্দৰ্ভত চৰকাৰে লোৱা ভুমিকাত ক্ষুব্ধ সাংসদ প্ৰদ্যুৎ বৰদলৈ

মন্ত্ৰী দুগৰাকীৰ ভাষ্যক মিথ্যাচাৰ আখ্যা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৷ জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ অভয়াৰণ্য খনত দীৰ্ঘদিনে চলি থকা অবৈধ কয়লা খনন সন্দৰ্ভত চৰকাৰে লোৱা ভূমিকাকো তীব্ৰ ভাষাৰে সমালোচনা কৰে সাংসদ বৰদলৈয়ে ৷

লগতে পঢ়কঃ দিহিং পাটকাইত কয়লাৰ মুক্ত খনন সন্দৰ্ভত সংবাদমেলযোগে স্থিতি স্পষ্ট কৰিলে চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.