ETV Bharat / state

খেল' ইণ্ডিয়াৰ ভাৰত্তোলনত মণিপুৰৰ চান্দেল্লা হুয়েমৰ সোণৰ পদক লাভ

উল্লেখযোগ্য যে বৰ্তমান ৩৯ পদক লাভৰে তালিকাৰ নৱম স্থানলৈ অগ্ৰসৰ হৈছে অসম।

author img

By

Published : Jan 19, 2020, 9:42 AM IST

মণিপুৰৰ চান্দেল্লা হুয়েমৰ সোণৰ পদক লাভ
মণিপুৰৰ চান্দেল্লা হুয়েমৰ সোণৰ পদক লাভ

গুৱাহাটী, 19 জানুৱাৰীঃ শণিবাৰে খেল' ইণ্ডিয়াৰ ভাৰত্তোলনত জিলিকিল মণিপুৰ। ছোৱালীৰ ভাৰোত্তোলনৰ ৫৯ কেজি ১৭ অনুৰ্ধৰ শাখাত মণিপুৰৰ চান্দেল্লা হুয়েমে লাভ কৰে সোণৰ পদক । তদুপৰি ৰাজস্থানৰ এনাই ৱাংচুই ৰূপৰ আৰু অৰুণাচল প্ৰদেশৰ চানাপাঠী পল্লৱীয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম। ইফালে উক্ত প্ৰতিযোগিতাৰ ২১ অনুৰ্ধৰ শাখাত মণিপুৰৰ নিৰ্মালা দেৱী সোণ, অসমৰ দিতিমণি সোণোৱালে ৰূপৰ আৰু অৰুণাচল প্ৰদেশৰ লিজা কামছাই ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, বৰ্তমান ৩৯ পদক লাভৰে তালিকাৰ নৱম স্থানলৈ অগ্ৰসৰ হৈছে অসম। তাৰ বিপৰীতে ৩২টা পদকৰে একাদশ স্থানত আছে মণিপুৰ।

ভাৰত্তোলন
খেল' ইণ্ডিয়া

লগতে পঢ়কঃভাৰত বনাম অষ্ট্ৰেলিয়া : চিন্নস্বামীত শৃংখলাৰ চূড়ান্ত মেচ

Intro:শণিবাৰে খেল' ইণ্ডিয়াৰ ভাৰত্তোলনত জিলিকিল মণিপুৰ। ভাৰত্তোলন ছোৱালীৰ ৫৯ কেজি ১৭ অনুৰ্ধৰ শাখাত মণিপুৰৰ চান্দেল্লা হুয়েমে সোণৰ পদক লাভ কৰে। তদুপৰি ৰাজস্থানৰ এনাই ৱাংচুই ৰূপৰ আৰু অৰুণাচল প্ৰদেশৰ চানাপাঠী পল্লৱীয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম। ইফালে উক্ত প্ৰতিযোগিতাৰ ২১ অনুৰ্ধৰ শাখাত মণিপুৰৰ নিৰ্মালা দেৱী সোণ, অসমৰ দিতিমণি সোণোৱালে ৰূপৰ আৰু অৰুণাচল প্ৰদেশৰ লিজা কামছাই ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয়। উল্লেখযোগ্য যে বৰ্তমান ৩৯ পদক লাভৰে তালিকাৰ নৱম স্থানলৈ অগ্ৰসৰ হৈছে অসম। তাৰ বিপৰীতে ৩২টা পদকৰে একাদশ স্থানত আছে মণিপুৰ। Body:Hirul Haque Conclusion:Guwahati

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.