ETV Bharat / state

ভক্তৰ মাজত খাদ্য বিতৰণ দিছপুৰৰ বিধায়ক অতুল বৰাৰ

কামাখ্যা ধামলৈ অহা ভক্তসকলৰ লগত বাৰ্তালাপো কৰে বিধায়কগৰাকীয়ে

author img

By

Published : Jun 24, 2019, 9:56 PM IST

ভক্তৰ মাজত খাদ্য বিতৰণ দিছপুৰৰ বিধায়ক অতুল বৰাৰ

গুৱাহাটী, ২৪ জুন : মা কামাখ্যা ধামত অম্বুবাচী মহাযোগ । দেশী-বিদেশী ভক্তৰে ভৰি পৰিছে নীলাচল পাহাৰ । দেওবাৰে নিশা কামাখ্যা গেটত ভক্তৰ মাজত খাদ্য বিতৰণ কৰে দিছপুৰৰ বিধায়ক অতুল বৰাই । মা কামাখ্যা ধামলৈ অহা ভক্তসকলৰ লগত বাৰ্তালাপো কৰে বিধায়কগৰাকীয়ে ।

প্ৰতিবছৰে সাহানি কাৱাৰীয়া নামৰ বেচৰকাৰী স্বেচ্ছাসেৱী সস্থাটোৱে কামাখ্যালৈ অহা ভক্তসকলৰ বাবে স্থাপন কৰে খাদ্য যোগানৰ শিবিৰ । মাৰ বন্দনা, পূজা অৰ্চনাৰ মাজতে খাদ্য যোগান ধৰা হয় এই ভাণ্ডাৰাত । এই ভাণ্ডাৰটোত উপস্থিত হৈ প্ৰথমে মাৰ আশীষ লয় বিধায়ক অতুল বৰাই । ইপিনে এই বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাটোৱে হাতত লোৱা এই পদক্ষেপক শলাগ লয় দিছপুৰৰ বিধায়ক গৰাকীয়ে ।

Intro:মা কামাখ্যা ধামত অম্বুবাচী মহাযোগ। দেশী-বিদেশী ভক্তৰে ভৰি পৰিছে নীলাচল পাহাৰ। দেওবাৰে নিশা কামাখ্যা গেটত ভক্তৰ মাজত খাদ্য বিতৰণ কৰে দিশপুৰৰ বিধায়ক অতুল বৰাই। মা কামাখ্যা ধামলৈ অহা ভক্তসকলৰ লগত বাৰ্তালাপো কৰে বৰাই। সাহানি কাৱাৰীয়া এন জিই হাতত লোৱা এই পদক্ষেপক শলাগ লয় দিশপুৰৰ বিধায়কগৰাকীয়ে। প্ৰতিবছৰে স্বেচ্ছাসেৱী সংগঠনটোৱে কামাখ্যালৈ অহা ভক্তসকলৰ বাবে স্থাপন কৰে খাদ্য যোগানৰ এই শিবিৰ। মাৰ বন্দনা, পূজা অৰ্চনাৰ মাজতে খাদ্য যোগান ধৰা হয় এই ভাণ্ডাৰাত। ইফালে ভাণ্ডাৰাটোত উপস্থিত হৈ প্ৰথমে মাৰ আশীষ লয় দিশপুৰৰ বিধায়ক অতুল বৰাই।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.