ETV Bharat / state

মহানগৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰিবলৈ আহি আছে ফ্লাইং স্কোৱাড - innaugrate 6 flying squad team

গুৱাহাটীখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰাৰ লক্ষ্যৰে মুকলি ফ্লায়িং স্কোৱাড সেৱা ৷ আনুষ্ঠানিকভাৱে এই সেৱা মুকলি কৰে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷

আহি আছে ফ্লাইং স্কোৱাড
author img

By

Published : Jul 9, 2019, 4:42 PM IST

গুৱাহাটী, 9 জুলাই : গুৱাহাটীখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰাৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগমৰ বিশেষ পদক্ষেপ ৷ মুকলি কৰিলে ফ্লাইং স্কোৱাড শীৰ্ষক এক বিশেষ সেৱা । একোজনকৈ কাৰ্যবাহী অভিযন্তাৰ নেতৃত্বত মুকলি মুঠ 6টাকৈ ফ্লাইং স্কোৱাডৰ দল ৷ আজি মহানগৰীৰ চুপাৰ মাৰ্কেট খেল পথাৰত আনুষ্ঠানিকভাৱে এই সেৱা মুকলি কৰে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ।

আহি আছে ফ্লাইং স্কোৱাড

আনহাতে মহানগৰবাসীৰ মাজত সজাগতাৰ সৃষ্টি কৰাৰ উদ্দেশ্যে গুৱাহাটী পৌৰনিগমে আয়োজন কৰিব বিভিন্ন সজাগতামূলক অনুষ্ঠানৰ । অহা ১৩ জুলাইৰ পৰা প্ৰত্যেক দিনাই ৪টাকৈ ৱাৰ্ডত চলোৱা হ'ব এই সজাগতামূলক অনুষ্ঠানৰ ।

Intro:সমগ্ৰ গুৱাহাটী মহানগৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰাৰ লক্ষ্যৰে মঙলবাৰে গুৱাহাটী পৌৰ নিগমে মুকলি কৰে ফ্লাইং স্কোৱাদ নামৰ এক বিশেষ সেৱা।মুঠ ৬ গৰাকী কাৰ্য্যক্ষম শ্ৰমিক ফ্লাইং স্কোৱাদ হিচাপে নিয়োগ কৰা হৈছে। ইয়াৰোপৰি, একোটাকৈ স্কোৱাদ এটা এটা অঞ্চললৈ যাব আৰু অপৰিষ্কাৰ ঠাই পৰ্যবেক্ষণ কৰি চাফা কৰিব। একোজনকৈ কাৰ্যবাহী অভিযন্তাৰ নেতৃত্বত ফ্লাইং স্কোৱাদৰ দল। আজি মহানগৰীৰ চুপাৰ মাৰ্কেট খেল পথাৰত আনুষ্ঠানিকভাৱে এই সেৱা মুকলি কৰে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ।

Body:আনহাতে মহানগৰবাসীৰ মাজত সজাগতাৰ সৃষ্টি কৰাৰ উদ্দেশ্যে gmcয়ে আয়োজন কৰিব বিভিন্ন সজাগতামূলক অনুষ্ঠান। অহা ১৩ জুলাইৰ পৰা প্ৰত্যেক দিনাই ৪টাকৈ ৱাৰ্ডত চলোৱা হব সজাগতামূলক অনুষ্ঠান।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.