দিছপুৰ, 31 আগষ্টঃ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ ক্ষণত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ হাজৰিকাই এন আৰ চিৰ চূড়ান্ত তালিকা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি এন আৰ চি ক অসমীয়াৰ দলিল নহয়, বৰং এয়া অসমীয়াৰ মৃত্যুৰ দলিল বুলি অভিহিত কৰে ৷ লগতে এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়াত তথ্য-পাতিৰ জালিয়াতিৰে বহু সন্দেহজনক অনুপ্ৰৱেশকাৰীয়ে নিজৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰা বুলি অভিয়োগ উত্থাপন কৰিছে মন্ত্ৰীগৰাকীয়ে ৷
এন আৰ চি ক অসমৰ মৃত্যু দলিল আখ্যা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ
এন আৰ চি ক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ৷ এন আৰ চিৰ চূড়ান্ত তালিকাক লৈ অসন্তুষ্টি ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ৷
এন আৰ চি ক অসমৰ মৃত্যু দলিল আখ্যা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ
দিছপুৰ, 31 আগষ্টঃ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ ক্ষণত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ হাজৰিকাই এন আৰ চিৰ চূড়ান্ত তালিকা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি এন আৰ চি ক অসমীয়াৰ দলিল নহয়, বৰং এয়া অসমীয়াৰ মৃত্যুৰ দলিল বুলি অভিহিত কৰে ৷ লগতে এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়াত তথ্য-পাতিৰ জালিয়াতিৰে বহু সন্দেহজনক অনুপ্ৰৱেশকাৰীয়ে নিজৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰা বুলি অভিয়োগ উত্থাপন কৰিছে মন্ত্ৰীগৰাকীয়ে ৷
এন আৰ চি ক লৈ মন্ত্ৰী হিমন্তৰ সৈতে সুৰ মিলালে মন্ত্ৰী পিয়ুষ হাজৰিকাই। মন্ত্ৰী পিয়ুষ হাজৰিকাৰ মন্তব্য। আজি প্ৰকাশ হোৱা এন আৰ চি অসমীয়াৰ দলিল নহয়। এয়া অসমীয়াৰ মৃত্যুৰ দলিল। এন আৰ চি ক লৈ মুঠেই সন্তুষ্ট নহয় পিয়ুষ হাজৰিকা।
bite,
bite,