ETV Bharat / state

মালিগাঁৱৰ কণ্টেইনমেন্ট জ'ন পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

author img

By

Published : Jun 13, 2020, 3:13 PM IST

গোশালা,পাণ্ডুকে আদি কৰি শনিবাৰে মহানগৰীৰ মালিগাঁৱৰ ভিন্ন কণ্টেইনমেন্ট জ'ন পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

minister pijush hazarika visited different containment zones of maliogaon

গুৱাহাটী, 13 জুনঃ শনিবাৰে গুৱাহাটীস্থিত মালিগাঁৱৰ কণ্টেইনমেন্ট জ'নসমূহ পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ মহানগৰীত কৰ'ণা মহামাৰীৰ গণ সংক্ৰমণৰ আশংকা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ৷

মালিগাঁৱৰ কণ্টেইনমেন্ট জ'ন পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

গোশালা,পাণ্ডু আদি স্থান পৰিদৰ্শন কৰি ৰাইজক সজাগ হ'বলৈ আহ্বান মন্ত্ৰী গৰাকীৰ ৷ কিয়নো কৰ'ণাৰ ভয়ংকৰ সংক্ৰমণৰ পিচতো মহানগৰীৰ একাংশ লোক এতিয়াও সচেতন হোৱা নাই বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে সামাজিক দুৰত্ব পালনতো ক্ৰটি দেখা গৈছে একাংশ মহানগৰবাসীৰ মাজত ৷ যাৰ বাবে মন্ত্ৰী গৰাকীয়ে সকলো লোককে সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়কঃ COVID-19 : বিশ্বৰ সামগ্ৰিক তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.