ETV Bharat / state

আমিনগাঁৱত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক - Minister Himanta Bishwa Sharma

বৈঠকত উপস্থিত থাকে মন্ত্ৰী ভৱেশ কলিতা, সাংসদ দিলীপ শইকীয়া, বিধায়ক সত্যব্ৰত কলিতা, বিধায়ক প্ৰনৱ কলিতাকে প্ৰমুখ্যে জিলা পৰ্য্যায়ৰ বহু বিষয়া ৷ বৈঠকত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকা অনুমোদন সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

Minister Himanta Bishwa Sharma hold a meeting at Kamrup
আমিনগাঁৱত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক
author img

By

Published : Oct 9, 2020, 11:22 AM IST

গুৱাহাটী, 9 অক্টোবৰ: বৃহস্পতিবাৰে নিশা আমিনগাঁৱত উপস্থিত হয় মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকা অনুমোদন সম্পৰ্কীয় পৰ্য্যালোচনা সভাত অংশগ্ৰহন কৰে মন্ত্ৰী গৰাকীয়ে ৷ উক্ত সভাত কামৰূপ জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিৰ অৰুণোদয় হিতাধিকাৰীক বাচনি কৰি সভাই অনুমোদন জনাই ৷

আমিনগাঁৱত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক

আনহাতে অৰুণোদয় আঁচনিকলৈ ঠায়ে সৃষ্টি হোৱা বেমেজালীৰ ওপৰত জিলা উপায়ুক্তই তদন্ত কৰি প্ৰকৃত হিতাধীকাৰী বাচনি কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷ উক্ত সভাত উপস্থিত থাকে মন্ত্ৰী ভৱেশ কলিতা, সাংসদ দিলীপ শইকীয়া, বিধায়ক সত্যব্ৰত কলিতা, বিধায়ক প্ৰনব কলিতাকে প্ৰমুখ্যে জিলা পৰ্য্যায়ৰ বহু বিষয়া ৷

লগতে পঢ়কঃ মাজুলীত কংগ্ৰেছৰ গৰা খহনীয়াঃ বিজেপিত যোগদান পাঁচ শতাধিক কৰ্মীৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.