নিউজ ডেস্ক, 1 অক্টোবৰ : মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অসমৰ চিমেণ্ট নিৰ্মাতা কোম্পেনীবোৰক প্ৰদান কৰিলে বিশেষ সতৰ্কবাণী ৷ এই সতৰ্কবাণী মতে,
1. চিমেণ্ট কোম্পানীবোৰে অযুক্তিকৰ আৰু কৃত্ৰিম মূল্য বৃদ্ধি পৰিহাৰ কৰিব লাগিব ।
2. যিহেতু চিমেণ্ট কোম্পানীবোৰে ৰাজসাহায্য আৰু কৰ ৰেহাই আদি লাভ কৰে তাৰ লাভ লাভ ৰাজ্যৰ মানুহে ভোগ কৰিবই লাগিব বুলি সকীয়াই দিয়ে মন্ত্ৰীগৰাকীয়ে ।
3. ট্ৰাকত অভাৰলোড কৰি সামগ্ৰী কঢ়িওৱা কাৰ্যৰ বিৰুদ্ধে কঠোৰ হ'ব পৰিবহন বিভাগ ।
4. ইস্পাতৰ মূল্য অযুক্তিকৰভাৱে বৃদ্ধি হ'ব নোৱাৰে, চৰকাৰে ইয়াৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব বুলিও সকীয়াই দিয়ে মন্ত্ৰীগৰাকী ।
লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ হুংকাৰলৈ ভয় নকৰে চাউল চোৰে !