ETV Bharat / state

পৌৰ নিগমৰ ব্যৰ্থতা উদঙালে খোদ গুৱাহাটী উন্নয়ন মন্ত্ৰীয়ে - Minister Ashok Singhal admits failure in disposal of garbage

গুৱাহাটী পৌৰ নিগমৰ ব্যৰ্থতা উদঙালে খোদ গুৱাহাটী উন্নয়ন মন্ত্ৰীয়ে । পৌৰপতিক কাষত লৈ জাৱৰ নিষ্কাশনৰ ক্ষেত্ৰত ব্যৰ্থতা স্বীকাৰ মন্ত্ৰী অশোক সিংঘালৰ (Minister Ashok Singhal admits failure in disposal of garbage)।

assam
Minister Ashok Singhal:পৌৰ নিগমৰ ব্যৰ্থতা উদঙালে খোদ গুৱাহাটী উন্নয়ন মন্ত্ৰীয়ে
author img

By

Published : Jul 2, 2022, 7:08 PM IST

গুৱাহাটী, ২ জুলাই: গুৱাহাটী পৌৰ নিগমৰ ব্যৰ্থতা উদঙালে খোদ ass_ghy_04_minister_ ashok_ singhal_ exposed _ gmcs_ failure _video_7210450ৰ (Minister Ashok Singhal admits failure in disposal of garbage)। জুলাই মাহত পানী যোগানৰ প্ৰতিশ্ৰুতিক লৈ বেবেৰিবাং উত্তৰ মন্ত্ৰী অশোক সিংঘালৰ । মন্ত্ৰীৰ ওচৰত কোনো প্ৰশ্নৰে নাই সঠিক উত্তৰ । জুনত পানীৰ বাবে প্ৰ-পত্ৰ দিব নোৱাৰিলে । এইবাৰ এপ মুকলি কৰি আভুৱা ভাৰাৰ চেষ্টা । প্লেনৰ টিকট বুক কৰাৰ দৰেই এপৰ জৰিয়তে পানীৰ বাবে আৱেদন কৰিবলৈ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে(Minister Ashok Singhal Call to apply for water through app )।

পৌৰ নিগমৰ ব্যৰ্থতা উদঙালে খোদ গুৱাহাটী উন্নয়ন মন্ত্ৰীয়ে

মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই পৌৰসভাৰ নিৰ্বাচনৰ সময়ত আশ্বাস দিছিল জুলাইত পানী পাব ৰাইজে ( Chief Minister Dr Himanta Biswa Sharma)। কিন্তু বিভাগীয় মন্ত্ৰীৰ মুখত ওলোটা ভাষ্য । জুলাইত পানী ট্ৰাইল কৰাৰ সম্ভাৱনাহে মাত্ৰ । ইপিনে, একেলগেই ৫ হাজাৰটা পৰিয়ালক পানী দিয়াৰ সামৰ্থ‍্যক লৈ নিশ্চিত নহয় বিভাগীয় মন্ত্ৰীগৰাকী । কিন্তু নিৰ্বাচনৰ পূৰ্বে একেলগে ৫ হাজাৰটা পৰিয়ালক পানী যোগানৰ প্ৰতিশ্ৰুতি দিছিল । মহানগৰবাসীক কেতিয়াৰ পৰা পানীৰ যোগান ধৰা হ'ব বুলি সাংবাদিকে সোধা প্ৰশ্নত শণিবাৰে গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘালে কয় যে জুলাইত পানী ট্ৰাইল কৰা হ'ব । এপলৈ গৈ পানীৰ সংযোগৰ বাবে আবেদন কৰিব লাগিব ।

অহা ১০ দিনত এপৰ জৰিয়তে পানীৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব বুলি মন্তব্য কৰে মন্ত্ৰী অশোক সিংঘালে । আনহাতে ,মহানগৰীৰ কৃত্ৰিম বানপানী ৰোধ সম্পৰ্কে তেওঁ কয় যে Under ground pumping কৰি পানী উলিওৱাৰ ব্যৱস্থা কৰা হৈছে অনিল নগৰ, নবীন নগৰত ৷ বাহিৰৰ পৰা অহা অতিৰিক্ত পানী আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে পানী ওলাই যোৱা পথ বন্ধ হৈ পৰিছে । ফলত ৰুক্মিণী গাওঁ , ডাউন টাউনত বান সমস্যা বৃদ্ধি হৈছে । শিলসাঁকোৰ জৰিয়তে বোন্দাজানেৰে পানী উলিওৱাৰ ব্যৱস্থা কৰি থকা হৈছে । আনহাতে, গুৱাহাটীৰ নলা-নৰ্দমা সমূহৰ পৰা ১ লাখ ৪০ হাজাৰ মেট্ৰিকটন জাৱৰ এতিয়ালৈকে উলিওৱা হৈছে বুলি তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক:Assam Flood : চলিত বৰ্ষৰ দুটা বানত ৰাজ্যৰ 11 খন জিলাত সৰ্বাধিক ক্ষতি

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.