ETV Bharat / state

খানাপাৰাত মধ্যাহ্ন ভোজন কৰ্মীৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : Nov 20, 2019, 1:51 PM IST

খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আৱদ্ধ কৰি ৰখা হ'ল শতাধিক ৰন্ধন কৰ্মীক । খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰৰ পৰা জনতা ভৱনলৈকে সমদল কৰি অহাৰ উদ্দেশ্যৰে সমবেত হৈছিল শতাধিক ৰন্ধন কৰ্মী । এইবাৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সৈতে আলোচনাত বহিবলৈ ইচ্ছুক নহয় সদৌ অসম প্ৰাথমিক ও উচ্চ প্ৰাথমিক ৰন্ধন কৰ্মী সহায়িকা সংস্থা । মুখ্যমন্ত্ৰী সৈতে আলোচনা বিচাৰিলে ৰন্ধন কৰ্মী সংস্থাই ।

খানাপাৰাত মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মীৰ সন্থাৰ প্ৰতিবাদ

গুৱাহাটী, 20 নৱেম্বৰ: মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মীৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচী বিফল । খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আৱদ্ধ কৰি ৰখা হ'ল শতাধিক ৰন্ধন কৰ্মীক । খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰৰ পৰা জনতা ভৱনলৈকে সমদল কৰি অহাৰ উদ্দেশ্যৰে সমবেত হৈছিল শতাধিক ৰন্ধন কৰ্মী । এইবাৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সৈতে আলোচনাত বহিবলৈ ইচ্ছুক নহয় সদৌ অসম প্ৰাথমিক ও উচ্চ প্ৰাথমিক ৰন্ধন কৰ্মী সহায়িকা সংস্থা । মুখ্যমন্ত্ৰী সৈতে আলোচনা বিচাৰিলে ৰন্ধন কৰ্মী সংস্থাই ।

প্ৰতিবাদস্থলীত উপস্থিত হৈ মহানগৰৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে মুখ্যমন্ত্ৰী সৈতে আলোচনাত মিলিত কৰাব বুলি আশ্বাস দিয়াত জনতা ভৱন কাৰ্যসূচী সময়িকভাৱে স্থগিত ৰাখে ৰন্ধন কৰ্মীয়ে । ৰন্ধন কৰ্মী সন্থাৰ সৈতে মুখ্যমন্ত্ৰী আলোচনাত মিলিত নহ'লে ভাৱিষ্যতে জনতা ভৱন ঘেৰও কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ ৰন্ধন কৰ্মী সন্থাৰ । NGO ক মধ্যাহ্ন ভোজন আঁচনিৰ কামৰ দায়িত্ব দিয়াৰ সিদ্ধান্ত বাতিল কৰা, ৰান্ধনীসকলক পূৰ্বৰ 1000 টকাৰ মাননিৰ সলনি 9600 টকালৈ বৃদ্ধি কৰাৰ দাবী প্ৰতিবাদী ৰন্ধনকৰ্মী সকলৰ ।

Intro:খানাপাৰাত মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ প্ৰতিবাদ

Body:মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ জনতা ভৱন ঘৰাও কাৰ্যসূচী বিফল। খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আৱদ্ধ কৰি ৰখা হ'ল শতাধিক ৰান্ধনীক। খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰৰ পৰা জনতা ভৱনলৈকে সমদল কৰি অহাৰ উদ্দেশ্যৰে সমবেত হৈছিল শতাধিক ৰান্ধনী। এবাৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সৈতে আলোচনাত বহিবলৈ ইচ্ছুক নহয় সদৌ অসম প্ৰাথমিক ও উচ্চ প্ৰাথমিক ৰান্ধনী সহায়িকা সংস্থা। মুখ্যমন্ত্ৰী সৈতে আলোচনা বিচাৰিলে ৰান্ধনী সংস্থাই। প্ৰতিবাদস্থলীত উপস্থিত হৈ মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে মুখ্য মন্ত্ৰী সৈতে আলোচনা মিলিত কৰাব বুলি আশ্বাস দিয়াত জনতা ভৱন কাৰ্যসূচী সময়িকভাৱে স্থগিত ৰাখে। ৰান্ধনী সন্থাৰ সৈতে মুখ্যমন্ত্ৰী আলোচনাত মিলিত নহ'লে ভাৱিষ্যত জনতা ভৱন কাৰ্যসূচী ৰূপায়ন কৰাৰ হু‌ংকাৰ । NGO ক মধ্যাহ্ন ভোজন আঁচনিৰ কামৰ দায়িত্ব দিয়া সিদ্ধান্ত বাতিল কৰা, ৰান্ধনীসকলক পূৰ্বৰ 1000 টকাৰ সলনি 9600 টকালৈ বৃদ্ধি কৰা।

বাইট : ৰান্ধনী

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.