গুৱাহাটী, ১১ মাৰ্চ :লোকসভা নিৰ্বাচনৰ দিন ঘোষনাৰ পাচতে তৎপৰ হৈ পৰিছে কংগ্ৰেছ । ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সজাতি দলে ।
ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সজাতি দলে গুৱাহাটীৰ ৰাজপথত থকা চৰকাৰী বিজ্ঞাপনৰ বেনাৰ আতৰ কৰাৰ বাবে নিৰ্বাচনী বিষয়াক এখন স্মাৰক প্ৰত্ৰ প্ৰদান কৰে । ইয়াৰোপৰিও স্বচ্ছ নিকা নিৰ্বাচন অনুস্থিত কৰিবলৈ দাবী জনায় কংগ্ৰেছ দলটোৱে ।