ETV Bharat / state

এটা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ বিস্ফোৰক স্বীকাৰোক্তি - এটা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ বিস্ফোৰক স্বীকাৰোক্তি

এজন ঘাতক স্বামীৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি ৷ স্বামীয়ে তিনি বন্ধুৰে মিলি অতি নৃশংসভাৱে হত্যা কৰিলে পত্নীক ৷ সাংবাদিকৰ কেমেৰাৰ সন্মুখত গাৰ নোম শিয়ঁৰি উঠা হত্যাকাণ্ডটোৰ সকলো কথা বৰ্ণনা কৰিলে ঘাতক স্বামীয়ে ৷

maligaon wife murderer husband arrest
এটা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ বিস্ফোৰক স্বীকাৰোক্তি
author img

By

Published : Dec 22, 2019, 3:25 PM IST

20 আগষ্টতেই সংঘটিত হোৱা এটা লোকহৰ্ষক কত্যাকাণ্ড ৷ মহানগৰীৰ পাণ্ডু অঞ্চলৰ মহিলাগৰাকীক চিকিৎসা কৰাৰ অজুহাতেৰে বাক্সাৰ তামুলপুৰলৈ লৈ গৈছিল স্বামীৰ বন্ধু বাসুদেৱ চৰকাৰে ৷ আৰু তাতেই সংঘটিত হৈছিল চাঞ্চল্যকৰ হত্যাকাণ্ডটো ৷ স্বামী পৰশুৰাম দাসে দুই বন্ধু বসুদেৱ সৰকাৰ আৰু চীমা দাসৰ সৈতে মিলি অতি নৃশংস ভাৱে হত্যা কৰিলে পত্নীক ৷ মালিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত ঘাতক স্বামী পৰশুৰাম দাসে কেমেৰাৰ সন্মুখত বৰ্ণনা কৰিলে হত্যাকাণ্ডৰ সমস্ত বিৱৰণী ৷

এটা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ বিস্ফোৰক স্বীকাৰোক্তি

20 আগষ্টতেই হত্যাকাণ্ডটো সংঘটিত কৰি সমগ্ৰ ঘটনাটো গাপ দিবলৈ চেষ্টা কৰিছিল যদিও দীৰ্ঘদিন ধৰি ঘৰলৈ ঘূৰি নহাত তামুলপুৰলৈ মাতৃক বিচাৰি যায় কন্যা ৰূপালী মালাকাৰে ৷ তেতিয়াই ওলাই পৰে হত্যাকাণ্ডৰ প্ৰকৃত সত্য ৷ ইতিমধ্য, কন্যা ৰূপালী মালাকাৰৰ এজাহাৰৰ ভিত্তিত 1289/19 নম্বৰত এটা গোচৰ ৰুজু কৰি মালিগাঁও আৰক্ষীয়ে আটক কৰিছে ঘটনাৰ মুল অভিযুক্ত পৰশুৰাম দাসক ৷

Intro:২০ আগষ্টৰ এটা লোমহৰ্ষক হত্যাকাণ্ড। স্বামীসহ চাৰি লোকে মিলি মৰিয়াই মৰিয়াই হত্যা কৰিছিল এগৰাকী মহিলাক। মহিলাগৰাকী মহানগৰীৰ পাণ্ডুৰ দিপালী দাস। মহিলাগৰাকী অসুস্থ থকাৰ সুযোগ লৈ স্বামীৰ বন্ধু বাসুদেৱ সৰকাৰে বাক্সালৈ লৈ যায়। চিকিৎসা কৰাৰ অজুহাত দেখুৱাই মহিলাগৰাকীক অতি কৌশলৰে গুৱাহাটীৰ পৰা নিয়া হয় বাক্সাৰ তামুলপুৰলৈ। কিন্তু দিনৰ পিছত দিন মহিলাগৰাকী ঘৰলৈ ঘুৰি নহাত কন্যা ৰূপালী মালাকাৰে উক্ত স্থানলৈ বিচাৰি যায়। তাতেই ওলাই পৰে সকলো। পিতৃ পৰশুৰাম দাস, পিতৃৰ বন্ধু বাসুদেৱ সৰকাৰ আৰু চীমা দাসে মিলি অতি নিৰ্মল ভাৱে হত্যা কৰে দিপালী দাসক। পিছত ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী থানাত মহিলাগৰাকীৰ কন্যা ৰূপালী মালাকাৰে এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত 1289/19 নম্বৰ এটা গোচৰ ৰুজু কৰি আগবঢ়াই তদন্ত। আৰক্ষীৰ এক গোপন সূত্ৰৰ পম খেদি ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে ঘটনা মূল খলনায়ক স্বামী পৰশুৰাম দাস। কেমেৰা সন্মূখতে পৰশুৰামে দিলে চাঞ্চল্যকৰ স্বীকাৰোক্তি। প্ৰথমে ডিঙি মোচৰি আধামৰা কৰে মহিলাগৰাকীক। পিছত কোবাই কোবাই অতি নিশংসভাৱে হত্যা কৰে মহিলাগৰাকীক।Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.