ETV Bharat / state

মালিগাঁৱত সুৰাপায়ী যুৱকৰ তাণ্ডৱ,ভাঙিলে পদপথৰ দোকান

author img

By

Published : Nov 10, 2020, 9:37 AM IST

মহানগৰীত সুৰাপায়ী যুৱকৰ গুণ্ডাগিৰি ৷ আদাবাৰীত পদপথৰ দোকান ভাঙিলে যুৱকৰ দলে ৷ ঘটনাস্থলীৰ পৰা জালুকবাৰী আৰক্ষীয়ে আটক কৰে এজনক ৷

as_ghy_01_maligaon halla_as10002
মালিগাঁৱত সুৰাপায়ী যুৱকৰ তাণ্ডৱ,ভাঙিলে পদপথৰ দোকান

গুৱাহাটী,10 নৱেম্বৰ: নিশাৰ মহানগৰীত সুৰাপায়ী যুৱকৰ গুণ্ডাগিৰি । আদাবাৰীত পদপথৰ দোকান ভাঙি লণ্ড-ভণ্ড কৰিলে এদল সুৰাপায়ী যুৱকে । দোকানলৈ প্ৰথমে পকৰা খাবলৈ আহিছিল সুৰাপায়ী যুৱকৰ দলটোৱে । যুৱক কেইজনে খাদ্য সামগ্ৰীৰ মূল্য নিদি ওলোটাই দোকানখনৰ পৰা কাঢ়ি লৈ যায় নগদ ধন ৷

দোকানৰ গৰাকীয়ে বাধা দিয়াত পথৰ দাঁতিত থকা দোকানখন ভাঙি লণ্ড-ভণ্ড কৰে । তাৰ পাছতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় অঞ্চলটোত । ঘটনাস্থলীত জালুকবাৰী আৰক্ষী আহি এজন সুৰাপায়ীক আটক কৰে যদিও আন কেইজন পলাই যায় ৷ ইফালে ৰাইজৰ অভিযোগ এই অঞ্চলটোত প্ৰায়ে সুৰাপায়ীয়ে উদ্ভণ্ডালি কৰে।

লগতে পঢ়ক: বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰতিষ্ঠা দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.