ETV Bharat / state

গুৱাহাটীলৈ আহি আছে আৰু 5 বিসম্বাদী বিধায়ক

author img

By

Published : Jun 22, 2022, 3:30 PM IST

মুহুৰ্তে মুহুৰ্তে পৰিবৰ্তন হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক দৃশ্যপট ৷ বুধবাৰে বিয়লি 5 বজাত পুনৰ বিসম্বাদী বিধায়কৰ পাচঁজনীয়া দল এটা আহি গুৱাহাটীত উপস্থিত হ'ব ৷ চাৰ্টাৰ্ড বিমানযোগে এই পাচঁজনীয়া দলটো আজি বিয়লি আহি বৰঝাৰত উপস্থিত হোৱাৰ কথা ৷

গুৱাহাটীলৈ আহি আছে আৰু 5 বিসম্বাদী বিধায়ক
গুৱাহাটীলৈ আহি আছে আৰু 5 বিসম্বাদী বিধায়ক

নিউজ ডেস্ক, 22 জুন: মুহুৰ্তে মুহুৰ্তে পৰিবৰ্তন হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক দৃশ্যপট ৷ বুধবাৰৰ দিনটো মহাৰাষ্ট্ৰকে ধৰি সমগ্ৰ দেশৰে দৃষ্টি নিৱদ্ধ হৈ পৰে গুৱাহাটীৰ ওপৰত ৷ কিয়নো মহাৰাষ্ট্ৰ চৰকাৰত ধুমুহাৰ সৃষ্টি কৰি 40 জনীয়া বিসম্বাদী বিধায়কৰ দলটো আহি বাহৰ পাতি আছে গুৱাহাটীৰ হোটেল ৰেডিশ্ব'ন ব্লুত ৷

আনহাতে বুধবাৰে বিয়লি 5 বজাত পুনৰ বিসম্বাদী বিধায়কৰ পাচঁজনীয়া দল এটা আহি গুৱাহাটীত উপস্থিত হ'ব (5 more MLAs are coming to Guwahati) ৷ চাৰ্টাৰ্ড বিমানযোগে এই পাচঁজনীয়া দলটো আজি বিয়লি আহি বৰঝাৰত উপস্থিত হোৱাৰ কথা ৷ ইপিনে আজি বিয়লি পাচঁ বজাত মুম্বাইত অনুষ্ঠিত হ'ব শিৱসেনা বিধায়িনী দলৰ বৈঠক ৷ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই এই বৈঠকত ভাৰ্ছুৱেলী ভাগ লোৱাৰ কথা ৷

লগতে পঢ়ক: মহাৰাষ্ট্ৰৰ বিধায়কৰ দল হোটেলত থাকিলে আমাৰ চৰকাৰে GST পাব: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.