ETV Bharat / state

মাদ্ৰাছা শিক্ষক সন্থাৰ সংবাদমেল - হিমন্ত বিশ্ব শৰ্মা

মাদ্ৰাছা শিক্ষক সন্থাই আৰু কয় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্নয়নৰ ৰাজনীতি কৰক ৷ ৰাস্তা নিৰ্মাণ কৰক ৷ এইদৰে এটা সম্প্ৰদায়ক লৈ ৰাজনীতি কৰিব নালাগে ৷

Madrassa teachers association press meet
মাদ্ৰাছা শিক্ষক সন্থাৰ সংবাদমেল
author img

By

Published : Oct 13, 2020, 10:46 PM IST

গুৱাহাটী, 13 অক্টোবৰ : গুৱাহাটী প্ৰেছক্লাৱত মাদ্ৰাছা শিক্ষক সন্থাৰ সংবাদমেল ৷ সংবাদমেলত সন্থাই শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মাদ্ৰাছা বন্ধৰ নিৰ্দেশৰ তীব্ৰ বিৰোধিতা কৰে ৷ তেওঁলোকৰ দাবী অতি শীঘ্ৰে উঠাই ল’ব লাগে এই নিৰ্দেশ ৷ লগতে মাদ্ৰাছা আৰু এটা বিশেষ সম্প্ৰদায়ক লৈ হিমন্ত বিশ্ব শৰ্মাই কৰি থকা ৰাজনীতি বন্ধ কৰাৰো দাবী তোলে ৷

Madrassa teachers association press meet
মাদ্ৰাছা শিক্ষক সন্থাৰ সংবাদমেল

মাদ্ৰাছা শিক্ষক সন্থাই আৰু কয় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্নয়নৰ ৰাজনীতি কৰক ৷ ৰাস্তা নিৰ্মাণ কৰক ৷ এইদৰে এটা সম্প্ৰদায়ক লৈ ৰাজনীতি কৰিব নালাগে ৷ উল্লেখ্য যে নৱেম্বৰৰ ভিতৰত ৰাজ্যত প্ৰায় 400 খন মাদ্ৰাছা বন্ধ কৰিব চৰকাৰে ৷

লগতে পঢ়ক : এছ.আই কেলেংকাৰী কেতিয়াও হোৱাই নাছিল: দিলীপ শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.