ETV Bharat / state

শ শ বন্তিৰ আলোকিত হ'ল মা-কামাখ্যা ধাম

বিশ্ববাসীৰ মংগলৰ অৰ্থে কামাখ্যা দেৱালয় পৰিচালনা কমিটীয়ে মা কামাখ্যা ধামত জ্বলালে শ শ বন্তি ৷

author img

By

Published : Jun 26, 2020, 10:47 PM IST

lighten up at Ma kamakhaya dham during ambubasi
শ শ বন্তিৰ আলোকিত হ'ল মা-কামাখ্যা ধাম

গুৱাহাটী, 26 জুন: শুকুৰবাৰে নিশা শ শ বন্তি পোহৰত এক নান্দনিক দৃশ্যই বিৰাজ কৰে মা-কামাখ্যা ধামত ৷ বিশ্ববাসীৰ মংগলৰ অৰ্থে কামাখ্যা দেৱালয় পৰিচালনা কমিটীয়ে মা কামাখ্যা ধামত জ্বলালে শ শ বন্তি ৷

যাৰ আলোকেৰে জিলিকাই তুলিলে মা কামাখ্যা ধাম চৌহদ ।

উল্লেখ্য যে কৰ'ণাৰ ভয়াৱহতাৰ বাবে দৰ্শনাৰ্থীৰ বাবে বন্ধ হৈ আছে মা কামাখ্যা মন্দিৰ । অম্বুবাচীৰ সময়চোৱাটো নিৰল, নিস্তব্ধ হৈ আছে নীলাচলৰ বুকু ।

যাৰ বাবে সকলোৰে মংগলৰ লগতে কৰ'ণা ভাইৰাছৰ প্ৰকোপ নাশ হোৱাৰ উদ্দেশ্যেৰে মা কামাখ্যাৰ ওচৰত চাকি-বন্তি জ্বলাই প্ৰাৰ্থনা কৰে মন্দিৰ পৰিচালনা সমিতিয়ে ৷

শ শ বন্তিৰ আলোকিত হ'ল মা-কামাখ্যা ধাম

লগতে পঢ়কঃতেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কৰ্মীৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.