ETV Bharat / state

মালিগাঁৱত নাহৰফুটুকীৰ মুক্ত বিচৰণ - maligaon leopard

মালিগাঁৱৰ জয়ানগৰত নাহৰফুটুকীৰ মুক্ত বিচৰণ ৷ পিন্টু কাশ্যপ নামৰ এগৰাকী লোকৰ বাসগৃহত সংস্থাপিত চিচি টিভি কেমেৰাত বন্দী হ'ল নাহৰফুটুকীৰ মুক্ত বিচৰণৰ দৃশ্য ।

গুৱাহাটী
মালিগাঁৱত নাহৰফুটুকীৰ মুক্ত বিচৰণ
author img

By

Published : Feb 8, 2020, 11:24 PM IST

গুৱাহাটী, 8 ফেব্ৰুৱাৰীঃ মহানগৰীৰ মালিগাঁৱত পুণৰ বনৰজাৰ আতংক । মালিগাঁৱৰ জয়ানগৰত দীৰ্ঘদিন ধৰি এটা নাহৰফুটুকীয়ে চলাই আছে সন্ত্ৰাস । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলৰলৈ নামি আহিছে নাহৰফুটুকীটো । পিন্টু কাশ্যপ নামৰ এগৰাকী লোকৰ বাসগৃহত সংস্থাপিত চিচি টিভি কেমেৰাত বন্দী হ'ল নাহৰফুটুকীৰ মুক্ত বিচৰণৰ দৃশ্য । নাহৰফুটুকীৰ মুক্ত বিচৰণত এতিয়া আতংকিত হৈ পৰিছে অঞ্চলবাসী । বিগত কিছুদিন পূৰ্বেও অঞ্চলটোত পোহনীয়া কুকুৰ ভক্ষণ কৰিছিল নাহৰফুটুকীটোৱে । যাৰ বাবে ঘৰৰ পৰা বাহিৰ ওলাবলৈ দহবাৰ চিন্তা কৰে জয়ানগৰবাসীয়ে । ইফালে একাংশ দুষ্টচক্ৰই বনাঞ্চল ধ্বংস কৰাৰ ফলতে এনেদৰেই বন্যপ্ৰাণীয়ে জনাঞ্চললৈ আহিবলগীয়া হৈছে বুলি মন্তব্য কৰে । বন বিভাগক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে কাতৰ অনুৰোধ জনাইছে অঞ্চলটোৰ ৰাইজে ।

মালিগাঁৱত নাহৰফুটুকীৰ মুক্ত বিচৰণ

আৰু পঢ়কঃ মেট্ৰিকত নকল কৰিলে 3 বছৰৰ বাবে নিলম্বিত হ'ব পৰীক্ষাৰ্থী

Intro:মহানগৰীৰ মালিগাঁৱত পুণৰ বনৰজাৰ আতংক। মালিগাঁৱৰ জয়ানগৰত দীৰ্ঘদিন ধৰি এটা নাহৰফুটুকীয়ে চলাই আছে সন্ত্ৰাস। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলৰলৈ নামি আহিছে নাহৰফুটুকীটো। পিন্টু কাশ্যপ নামৰ এগৰাকী লোকৰ বাসগৃহত সংস্থাপিত চিচি টিভি কেমেৰাত বন্দী হ'ল নাহৰফুটুকীৰ মুক্ত বিচৰণৰ দৃশ্য। নাহৰফুটুকীৰ মুক্ত বিচৰণত এতিয়া আতংকিত হৈ পৰিছে অঞ্চলবাসী। যোৱা কিছুদিন পূৰ্বেও অঞ্চলটোত পোহনীয়া কুকুৰ ভক্ষণ কৰিছিল নাহৰফুটুকীটোৱে। যাৰ বাবে ঘৰৰ পৰা বাহিৰ ওলাবলৈ দহবাৰ চিন্তা কৰে জয়ানগৰবাসীয়ে। ইফালে একাংশ দুষ্টচক্ৰই বনাঞ্চল ধ্বংস কৰাৰ ফলতে এনেদৰেই বন্যপ্ৰাণীয়ে জনাঞ্চললৈ আহিবলগীয়া হৈছে। বন বিভাগক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে কাতৰ অনুৰোধ জনাইছে অঞ্চলটোৰ ৰাইজে।

Byte - পিন্টু কাশ্যপ, স্থানীয় লোক
Video RTU format Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.