ETV Bharat / state

সংবিধান সংশোধন কৰি হ'লেও সুৰক্ষা দিয়া হ'ব অসমীয়া ভাষাক

author img

By

Published : Dec 21, 2019, 8:17 PM IST

সংবিধান সংশোধন কৰি হ'লেও অসমীয়া ভাষাৰ সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাবলৈ ৰাজ্য চৰকাৰক আহ্বান বিজেপিৰ বিধায়িনী দলৰ,শনিবাৰে অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকত বিজেপিৰ শীৰ্ষ নেতাসকলে এই কথা প্ৰকাশ কৰে, লগতে অসম চুক্তিৰ 6 নং দফা শীঘ্ৰে ৰূপায়ণ কৰিবলৈ কেন্দ্ৰ চৰকাৰক আহ্বান জনায় বিজেপিৰ বিধায়িনী দলে ৷

অসম চুক্তিৰ 6 নং দফা শীঘ্ৰে ৰূপায়ণ কৰিবলৈ কেন্দ্ৰ চৰকাৰক আহ্বান জনায় বিজেপিৰ বিধায়িনী দলে
গুৱাহাটীত বিজেপিৰ বিধায়িনী দলৰ বৈঠক সমাপ্ত

গুৱাহাটী, 21 ডিচেম্বৰ : শনিবাৰে অনুষ্ঠিত হ'ল বিজেপিৰ বিধায়িনী দলৰ বৈঠক ৷ বৈঠকৰ অন্তত সাংবাদিকক সম্বোধন বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস আৰু বিধায়ক পদ্ম হাজৰিকাৰ ৷ সংবিধান সংশোধন কৰি হ'লেও অসমীয়া ভাষাৰ সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাবলৈ ৰাজ্য চৰকাৰক আহ্বান বিধায়িনী দলৰ ৷

6 জনগোষ্ঠীৰ জনজাতিকৰণত গুৰুত্ব চৰকাৰৰ

অসম চুক্তিৰ 6 নং দফা শীঘ্ৰে ৰূপায়ণ কৰিবলৈ কেন্দ্ৰ চৰকাৰক আহ্বান বিজেপি বিধায়িনী দলৰ ৷ ইয়াৰ লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে প্ৰয়োজনত স্বায়ত্ব শাসিত পৰিষদ গঠন কৰি হ'লেও জনগোষ্ঠী কেইটাৰ উন্নয়ণ সাধিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনোৱা বুলি উল্লেখ কৰে বিজেপি নেতৃত্বই ৷

আনহাতে,পৰিস্থিতিত পৰিকল্পিত ষড়যন্ত্ৰকাৰী তথা ছ’চিয়েল মিডিয়াত অশ্লীল বাৰ্তা বিয়পোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ ৰাজ্য চৰকাৰক আহ্বান বিজেপি বিধায়িনী দলৰ ৷ তাৰোপৰি অসম চুক্তিৰ 6 নং দফা অনুসৰি সৰ্বস্তৰৰ অৰ্থনৈতিক উন্নয়ন,নিবনুৱাক সংস্থাপন আৰু চৰকাৰী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত স্থানীয়সকলক নিযুক্তি দিয়া আৰু ৰাস্তা-ঘাট আদিৰ দ্ৰুত উন্নয়নৰ বাবে চৰকাৰক আহ্বান জনালে বিজেপিৰ মন্ত্ৰী-বিধায়কসকলে ৷

লগতে চাওকঃCAA বিৰোধিতাৰ পৰিণতি : এন এছ জি নিৰাপত্তা প্ৰত্যাহাৰ প্ৰফুল্ল কুমাৰ মহন্তৰ

Intro:বিজেপিৰ বিধায়িনী দলৰ বৈঠক সমাপ্ত
বৈঠকৰ অন্তত সাংবাদিকক সম্বোধন সভাপতি ৰঞ্জিত দাস আৰু বিধায়ক পদ্ম হাজৰিকাৰ
সংবিধান সংশোধন কৰি হলেও অসমীয়া ভাষাৰ সুৰক্ষাৰ ব্যৱস্থা লবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাবলৈ ৰাজ্য চৰকাৰক আহ্বান বিধায়িনী দলৰ,
অসমৰ চুক্তিৰ আত্মাৰ 6নং দফা শীঘ্ৰে ৰূপায়ন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান,
6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবলৈ বিধায়িনী দলৰ আহ্বান,
প্ৰয়োজনত স্বায়ত্ব শাসিত পৰিষদ গঠন কৰি হলেও জনগোষ্ঠী কেইটাৰ উন্নয়ন কৰিবলৈ আহ্বান,

Body:সাম্প্ৰতিক পৰিস্থিতিত পৰিকল্পিত ষড়যন্ত্ৰকাৰী তথা চ'ছিয়েল মিডিয়াত অশ্লীল বাৰ্তা বিয়পোৱা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ ৰাজ্যচৰকাৰক আহ্বান বিধায়িনী দলৰ
ৰাস্তা ঘাট খৰতকীয়া উন্নয়ন কৰিবলৈ চৰকাৰক আহ্বান,
Conclusion:অসম চুক্তিৰ 7নং দফা অনুসৰি সৰ্বস্তৰৰ অৰ্থনৈতিক উন্নয়নৰ আহ্বান,
নিৱনুৱাক সংস্হাপনৰ লগতে চৰকাৰী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত স্হানীয় সকলক নিযুক্তি ৰ আহ্বান,
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.