ETV Bharat / state

Korean cigarettes seized: গুৱাহাটী ৰে’লৱে ষ্টেচনত ATM কাৰ্ড-কোৰিয়ান চিগাৰেট জব্দ - Korean cigarettes seized from rajdhani express at Guwahati Railway Station

সোমবাৰে ৰে’ল আৰক্ষীয়ে গুৱাহাটী ৰে’লৱে ষ্টেচনত অভিযান চলাই ৰাজধানী এক্সপ্ৰেছৰ পৰা বহুকেইখন এটিএম কাৰ্ডৰ লগতে বৃহৎ পৰিমাণৰ কোৰিয়ান চিগাৰেট জব্দ কৰে (Korean cigarettes seized from rajdhani express)৷

ATM cards and Korean cigarettes seized at Guwahati Railway Station
গুৱাহাটী ৰে’লৱে ষ্টেচনত ATM কাৰ্ড আৰু কোৰিয়ান চিগাৰেট জব্দ
author img

By

Published : Aug 8, 2022, 10:08 PM IST

গুৱাহাটী, 8 আগষ্ট: গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ কোৰিয়ান চিগাৰেটৰ লগতে ATM কাৰ্ড জব্দ ৷ ৰেল আৰক্ষীয়ে অভিযান চলাই ৰাজধানী এক্সপ্ৰেছৰ পৰা বহুকেইখন এটিএম কাৰ্ডৰ লগতে বৃহৎ পৰিমাণৰ কোৰিয়ান চিগাৰেট জব্দ কৰে (Korean cigarettes seized from rajdhani express) ৷

আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে নিয়মীয়া তালাচী ৰে’ল আৰক্ষীয়ে ৰাজধানী এক্সপ্ৰেছৰ পৰা ৩৩ খন এটিএম কাৰ্ডসহ দুটাকৈ এটিএম হেকাৰক আটক কৰে (ATM cards seized at Guwahati Railway Station) । আটকাধীন হেকাৰ দুটা ওম সিং আৰু বিনয় কুমাৰ বুলি জানিব পৰা গৈছে ৷ ওম নামৰ হেকাৰটোৰ পৰা ২২ খন এটিএম আৰু বিনয় নামৰ হেকাৰটোৰ পৰা ১১ খন এটিএম জব্দ কৰে আৰক্ষীয়ে ৷

গুৱাহাটী ৰে’লৱে ষ্টেচনত ATM কাৰ্ড আৰু কোৰিয়ান চিগাৰেট জব্দ

এই এটিএমকেইখন হেকাৰ দুটাই ডিমাপুৰৰ পৰা লক্ষ্ণৌলৈ লৈ যোৱা পৰিকল্পনা কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আনহাতে একেখন ৰাজধানী এক্সপ্ৰেছতে ৰে’ল আৰক্ষীয়ে এটা ট্ৰ’লিৰ পৰা প্ৰায় ১২০ বান্দিল কোৰিয়ান চিগাৰেট জব্দ কৰে (Korean cigarettes seized at Guwahati Railway Station) । চিগাৰেটখিনিৰ লগতে উত্তৰ প্ৰদেশৰ ৱাচিম খান নামৰ লোকজনক আটক কৰে ৰে’ল আৰক্ষীয়ে ।

লগতে পঢ়ক: Jerifa Murder Case: জেৰিফাৰ ন্যায়ৰ দাবীত বৰপেটাত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.