ETV Bharat / state

ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক 10 দিনৰ বাবে NIAৰ জিম্মালৈ প্ৰেৰণ - কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰ

মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত আৰক্ষীয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰ আৰু সভাপতি বিতু সোণোৱালক গ্ৰেপ্তাৰ কৰিছিল ৷ আদালতৰ পৰা পোনে পোনে দুয়োগৰাকী কৃষক নেতাক 10 দিনৰ বাবে NIAৰ জিম্মালৈ প্ৰেৰণ কৰা হয় ৷

gauhati
গুৱাহাটী
author img

By

Published : Jan 8, 2020, 8:02 AM IST

Updated : Jan 8, 2020, 12:01 PM IST

গুৱাহাটী, 8 জানুৱাৰীঃ CAA বিৰোধী আন্দোলনত অংশলোৱাৰ পাচতে গ্ৰেপ্তাৰ হোৱা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক 10 দিনৰ বাবে NIAৰ জিম্মালৈ প্ৰেৰণ কৰা হয় ৷ মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগৰ ভিত্তিত 13/19 নম্বৰ গোচৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ আৰু সভাপতি বিতু সোণোৱালক 10 দিনৰ বাব NIA ৰ জিম্মালৈ প্ৰেৰণ কৰা হয় ৷

ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালক 10 দিনৰ বাবে NIAৰ জিম্মালৈ প্ৰেৰণ

আদালতৰ পৰা NIA ৰ জিম্মালৈ লৈ যোৱা অৱস্থাত ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালে মৌনতা অৱলম্বন কৰা পৰিলক্ষিত হ'ল ৷ ধৈৰ্য কোঁৱৰৰ মুখত কেঁৱল জই আই অসম বানী শুনা গ'ল ৷ ইপিনে সাংবাদিকৰো কোনো প্ৰশ্নৰ উত্তৰ নিদিলে ধৈৰ্য কোঁৱৰে ৷ আদালতৰ পৰা পোনে পোনে দুয়োগৰাকী কৃষক নেতা NIAৰ জিম্মালৈ লৈ যোৱা হয় ৷ ইপিনে ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ অধিবক্তাই জনোৱা অনুসৰি দুই কৃষক নেতা 10 দিন NIAৰ জিম্মাত থকাৰ পাচতহে তেওঁলোকে পৰৱৰ্তী জামিনৰ বাবে আবেদন কৰিব পাৰিব ৷

লগতে পঢ়ক - বিজু গগৈৰ পাচত আলফাত যোগদান চাবুৱাৰ যুৱকৰ

Intro:ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোনোৱালক 10 দিনৰ NIA জিম্মালৈ প্ৰেৰণ । মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগৰ ভিত্তিত 13/19 নম্বৰ গোচৰত NIA জিম্মাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰ আৰু সভাপতি বিতু সোণোৱাল।

Body:আদালতৰ পৰা NIA ৰ জিম্মালৈ লৈ যোৱা অৱস্থাত মৌনতা অৱলম্বন ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালৰ। কেৱল জয় আই অসম ধৈৰ্য্য কোঁৱৰৰ মুখত। সাংবাদিকৰ কোনো কথাৰ উত্তৰ নিদিলে ধৈৰ্য্য কোঁৱৰে। আদালতৰ পৰা পোনে পোনে লৈ যোৱা হয় দুয়ো গৰাকীক ।
ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোনোৱালৰ অধিবক্তাই জানিবলৈ দিয়া অনুসৰি 10 দিনৰ বাবে NIA জিম্মাত দুয়ো । লগতে এতিয়া 10 দিনৰ পিছতে পৰৱৰ্তী জামিনৰ বাবে আবেদন কৰিব পাৰিব । মাওবাদীৰে সৈতে থকা সম্পৰ্কৰ ভিত্তিত NIA জিম্মাত ধৈৰ্য কোঁৱৰ আৰু বিতু সোনোৱাল।

Conclusion:
Last Updated : Jan 8, 2020, 12:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.