গুৱাহাটী, 7 ফেব্ৰুৱাৰীঃ শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ লাচিত ঘাটৰ সমীপত অনুষ্ঠিত হৈছে "কাইট ফেষ্টিভেল" । নানা ৰঙী চিলাৰে এক বিনন্দীয়া পৰিৱেশ লুইতৰ বুকুত । মহাবাহুৰ পাৰত মানুহৰ মাজৰ সৃষ্টিশীলতাক উজ্জীৱিত কৰাৰ উদ্দেশ্যে জীৱন নামৰ বেচৰকাৰী সংগঠনৰ উদ্যোগত প্ৰতিবছৰে আয়োজন কৰা হয় এই চিলা মহোৎসৱৰ । নৱম সংখ্যক এই চিলা মহোৎসৱটো উদ্ভাসিত হৈছে ন ন কলা । এইবাৰ অসমীয়া বৰ্ণমালাক থীম হিচাপে মহোৎসৱস্থলী সজোৱা হৈছে । যাৰ বাবে অধিক আকৰ্ষণীয় হৈ পৰিছে বৰলুইতৰ পাৰ । ইফালে এই মহোৎসৱত দেশী বিদেশী চিলাৰ লগতে থাকিব অসমৰ নমস্য ব্যক্তি আৰু ইতিহাসৰ বিশেষ প্ৰদৰ্শনী । লগতে অসম তথা পূৰ্বাঞ্চলৰ থলুৱা খাদ্য সম্ভাৰো উপলব্ধ হ'ব এই নৱম সংখ্যক চিলা মহোৎসৱত ।
মহাবাহুৰ পাৰত নৱম সংখ্যক চিলা মহোৎসৱ - মহাবাহুৰ পাৰত নৱম সংখ্য চিলা মহোৎসৱ
তিনিদিনীয়া কাৰ্যসূচীৰে মহাবাহুৰ পাৰত আৰম্ভ হ'ল চিলা মহোৎসৱ ৷ জীৱন নামৰ বেচৰকাৰী সংগঠনৰ উদ্যোগত নৱম সংখ্যক চিলা মহোৎসৱত উদ্ভাসিত হৈছে ন ন কলা কৃষ্টি ৷
গুৱাহাটী, 7 ফেব্ৰুৱাৰীঃ শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ লাচিত ঘাটৰ সমীপত অনুষ্ঠিত হৈছে "কাইট ফেষ্টিভেল" । নানা ৰঙী চিলাৰে এক বিনন্দীয়া পৰিৱেশ লুইতৰ বুকুত । মহাবাহুৰ পাৰত মানুহৰ মাজৰ সৃষ্টিশীলতাক উজ্জীৱিত কৰাৰ উদ্দেশ্যে জীৱন নামৰ বেচৰকাৰী সংগঠনৰ উদ্যোগত প্ৰতিবছৰে আয়োজন কৰা হয় এই চিলা মহোৎসৱৰ । নৱম সংখ্যক এই চিলা মহোৎসৱটো উদ্ভাসিত হৈছে ন ন কলা । এইবাৰ অসমীয়া বৰ্ণমালাক থীম হিচাপে মহোৎসৱস্থলী সজোৱা হৈছে । যাৰ বাবে অধিক আকৰ্ষণীয় হৈ পৰিছে বৰলুইতৰ পাৰ । ইফালে এই মহোৎসৱত দেশী বিদেশী চিলাৰ লগতে থাকিব অসমৰ নমস্য ব্যক্তি আৰু ইতিহাসৰ বিশেষ প্ৰদৰ্শনী । লগতে অসম তথা পূৰ্বাঞ্চলৰ থলুৱা খাদ্য সম্ভাৰো উপলব্ধ হ'ব এই নৱম সংখ্যক চিলা মহোৎসৱত ।
Byte- সুৰেশ ৰঞ্জন গদুকা, প্ৰতিষ্ঠাপক (জীৱন)
Video RTU format
Body:Guwahati
Conclusion:Hirul haque