ETV Bharat / state

বিহু সম্ৰাট খগেন মহন্তৰ পঞ্চম মৃত্যুবাৰ্ষিকী উদযাপন - etv_assam

গণশিল্পী খগেন মহন্তৰ মহাপ্ৰয়ানৰ ৫ টা বছৰ সম্পূৰ্ণ । মৃত্যু তিথি উপলক্ষে কলাক্ষেত্ৰৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান

বিহু সম্ৰাট খগেন মহন্তৰ পঞ্চম মৃত্যুবাৰ্ষিকী
author img

By

Published : Jun 12, 2019, 6:46 PM IST

গুৱাহাটী,১২ জুনঃ বুধবাৰে পঞ্চম মৃত্যু বাৰ্ষিকী পালন কৰা হয় সুৰকাৰ, গীতিকাৰ খগেন মহন্তৰ । মৃত্যু তিথি উপলক্ষে কলাক্ষেত্ৰৰ সমাধিক্ষেত্ৰত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলী অনুষ্ঠান। একাংশ অনুৰাগীৰ প্ৰচেষ্টাত অনুষ্ঠিত হোৱা এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত বহু গুণমুগ্ধই শ্ৰদ্ধা নিবেদন কৰে প্ৰয়াত গণশিল্পীগৰাকীৰ সমাধিস্থলীত ৷

etv_bharat_assam
বিহু সম্ৰাট খগেন মহন্তৰ পঞ্চম মৃত্যুবাৰ্ষিকী

কিন্তু তাৰ মাজতে পৰিতাপৰ কথা এইয়ে যে, শাসনাধীষ্ঠ চৰকাৰখনে এবাৰলেও মনত নেপেলালে শিল্পী গৰাকীক । প্ৰয়াত শিল্পী গৰাকীকলৈ ৰজাঘৰৰ এনে আওকণীয়া মনোভাৱক লৈ প্ৰশ্ন তুলিছে বহুজনে ৷

বুধবাৰে পঞ্চম মৃত্যু বাৰ্ষিকী পালন কৰা হল সুৰকাৰ, গীতিকাৰ খগেন মহন্তৰ ৷ মৃত্যু তিথি উপলক্ষ্যে কলাক্ষেত্ৰৰ সমাধিক্ষেত্ৰত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ ৷ অসমৰ একাংশ পাপন অনুৰাগীৰ প্ৰচেষ্ঠাত অনুষ্ঠিত হোৱা এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানতে বহু গুনমুগ্ধই শ্ৰদ্ধা নিবেদন কৰে ৷ কিন্ত পৰিতাপৰ কথা এয়ে যে ৰজা ঘৰে এবাৰলৈও মনত নেপেলালে শিল্পী গৰাকীক ৷ উল্লেখ্য 2014 চনৰ আজিৰ দিনটোতে গুনমুগ্ধক কন্দুৱাই ইহলীলা সম্বৰণ কৰিছিল খগেন মহন্তই ৷ প্ৰয়াত শিল্পী গৰাকীক লৈ ৰজাঘৰৰ এনে অদূৰ্শিতাক লৈ সকলোৱে প্ৰশ্ন তুলিছে ৷

Lipika deka...Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.