ETV Bharat / state

দীঘলীপুখুৰীৰ যুদ্ধ স্মাৰকত কাৰ্গিল বিজয় দিৱস পালন

author img

By

Published : Jul 26, 2020, 10:50 PM IST

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো পালন কাৰ্গিল বিজয় দিৱস। গুৱাহাটীৰ দীঘলীপুখুৰীস্থিত যুদ্ধ স্মাৰকত কাৰ্গিল দিৱস বিজয় দিৱসৰ বিশেষ অনুষ্ঠান।

Kargil diwas
Kargil diwas

গুৱাহাটী, 26 জুলাই : আজি কাৰ্গিল বিজয় দিৱস । দেশৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো পালন কৰা হৈছিল এই দিৱস। গুৱাহাটীৰ দীঘলীপুখুৰীস্থিত যুদ্ধ স্মাৰকত কাৰ্গিল দিৱস বিজয় দিৱসৰ বিশেষ অনুষ্ঠান। অসম চৰকাৰৰ সৈনিক কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আয়োজন কৰা হয় এই কাৰ্যসূচী। অনুষ্ঠানত দেশ মাতৃৰ হকে জীৱন ত্যাগ কৰা বীৰ শ্বহীদক স্মৰণ কৰা হয়। তাৰোপৰি শ্বহীদ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় বীৰ শ্বহীদসকলক। ইফালে কাৰ্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি বায়ু সেনাৰ বেণ্ডৰ বিশেষ সংগীতানুষ্ঠান।

দীঘলীপুখুৰীৰ যুদ্ধ স্মাৰকত কাৰ্গিল বিজয় দিৱস পালন

অৱশ্যে, ক'ভিড আতংক আৰু বৰষুণৰ বাবে অনুষ্টূপীয়াকৈ অনুষ্ঠিত কৰা হয় এই অনুষ্ঠান ৷ মাত্ৰ এঘন্টা সময়ৰ ভিতৰতে এই অনুষ্ঠানৰ সামৰণি ঘটোৱা হয় ৷

লগতে পঢ়ক : কাৰ্গিল দিৱসত স্বামীৰ বীৰত্বক সুঁৱৰিলে কেপ্তেইন শ্বালিনী সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.