ETV Bharat / state

কামৰূপ মহানগৰ প্ৰশাসনৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা - কামৰূপ মহানগৰ প্ৰশাসনৰ

সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ ৷ জিলা উপায়ুক্তৰ নিৰ্দেশ অনুসৰি ভোটকেন্দ্ৰ সমূহত ক’ভিডৰ সকলো নীতি নিয়ম পালন কৰিব লাগিব ৷

Kamrup City Administration several important announcements
কামৰূপ মহানগৰ প্ৰশাসন কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা
author img

By

Published : Feb 27, 2021, 6:41 PM IST

কামৰূপ, 27 ফেব্ৰুৱাৰী : নিৰ্বাচনৰ দিন ঘোষণা পিচতে শনিবাৰে সংবাদমেল সম্বোধন কৰি কামৰূপ মহানগৰ জিলা উপায়ুক্ত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে ৷ উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয়, ভোটগ্ৰহণৰ বাবে কামৰূপত নতুন কৈ ৫১৩ টা ভোট কেন্দ্ৰ সাজু কৰা হৈছে। লগতে নতুনকৈ ৬০ টা মহিলা ভোটগ্ৰহণ কেন্দ্ৰ সাজু কৰা হৈছে।

১০০০ তকৈ অধিক ভোটাৰ থাকিলে নতুন কেন্দ্ৰলৈ প্ৰেৰণ কৰিব ভোটাৰ সকলক । ইফালে, নিৰ্বাচন কেন্দ্ৰিক অভিযোগ দাখিলৰ বাবে ফোন নম্বৰ মুকলি কৰিছে প্ৰশাসনে ৷ ফোন নম্বৰ হৈছে - ০৩৬১৩৫১৭৪১২ লগতে টোল ফ্ৰী নম্বৰ ১৯৫০ ৷ উল্লেখ্য যে, জিলা উপায়ুক্তৰ নিৰ্দেশ অনুসৰি ভোটকেন্দ্ৰ সমূহত ক’ভিডৰ সকলো নীতি নিয়ম পালন কৰিব লাগিব ৷

নিৰ্দেশ অনুসৰি, সভাত মাইক ব্যৱহাৰ কৰিবলৈ অনুমতি ল’ব লাগিব ভোটকেন্দ্ৰ বোৰে । অনুমতি পালেও নিশা ১০বজাৰ পৰা পুৱা ৬বজালৈ মাইক ব্যৱহাৰ কৰিব নোৱাৰিব।

লগতে পঢ়ক: অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ চেষ্টা চলাম : তেজস্বী যাদৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.