ETV Bharat / state

ভাল দিন আহি আছে সৰ্বা-হিমন্তৰঃ কালপুৰুষ পঞ্জিকা - kalpurukh panjika release at guwahati press club

শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় ৰাজ্যত সৰ্বাধিক চৰ্চিত কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা ৷ আগন্তুক দিনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্বৰ ভাল চলি থাকিব । ভাৰতৰ ৰাজনীতি প্ৰেক্ষাপতত আগন্তুক বছৰত পুনৰ বিজেপি আহিব বুলি উল্লেখ আছে পঞ্জিকাখনত ৷

কালপুৰুষ পঞ্জিকা
আগন্তুক সময়ত দিনত ভাল চলিব সৰ্বা-হিমন্তৰঃ কালপুৰুষ পঞ্জিকা
author img

By

Published : Feb 7, 2020, 8:12 PM IST

Updated : Feb 7, 2020, 8:34 PM IST

গুৱাহাটী, 7 ফেব্ৰুৱাৰীঃ 15 এপ্ৰিলৰ পৰা ৰাজ্যত শনি মন্ত্ৰী আৰু বুধ ৰজা হিচাপে থাকিব । দেশত বুধৰ প্ৰভাৱত যথেষ্ট উন্নতি হ'ব । এই ভৱিষ্যতবাণী কালপুৰুষ পূৰ্নাংগ পঞ্জিকাৰ গণনাকাৰীৰ । শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত 2020-2021 বৰ্ষৰ পঞ্জিকা উন্মোচন কৰি এই দৰে কয় কালপুৰুষ পূৰ্ণাংগ পঞ্জিকাৰ গণনাকাৰী সকলে ।

আগন্তুক সময়ত দিনত ভাল চলিব সৰ্বা-হিমন্তৰঃ কালপুৰুষ পঞ্জিকা

আনহাতে, অসমৰ ৰাজনীতিৰ কোনোবা এজন বিশেষ ব্যক্তিৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে গণনাকাৰীসকলে । আগন্তুক দিনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্বৰ ভাল চলি থাকিব । ভাৰতৰ ৰাজনীতি প্ৰেক্ষাপতত আগন্তুক বছৰত পুনৰ বিজেপি আহিব বুলি মন্তব্য কৰে গণনাকাৰী সকলে ।

উল্লেখ্য যে, কালপুৰুষ পূৰ্ণাংগ পঞ্জিকাৰ সকলো গণনা কৰি উলিয়াইছে ৰঞ্জিত কুমাৰ শইকীয়া, ভবেশ কুমাৰ শৰ্মা বৰুৱা আৰু দিপক কুমাৰ শৰ্মাই ।

আৰু পঢ়কঃ আলফা(স্বা)ক শান্তিৰ মেজলৈ আমন্ত্ৰণ হিমন্ত বিশ্ব শৰ্মাৰ

Intro:15 এপ্ৰিলৰ পৰা ৰাজ্য ত শনি মন্ত্ৰী আৰু বুধ ৰজা হিচাপে থাকিব । দেশত বুধৰ প্ৰভাৱত যথেষ্ট উন্নতি হব । এই ভৱিষ্যতবাণী কৰিছে কালপুৰুষ পূৰ্নাংগ পঞ্জিকাৰ গননাকাৰী সকলে । শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত 2020-2021 বৰ্ষৰ পঞ্জিকা উন্মোচন কৰি এই দৰে কয় গননাকাৰী সকলে ।

Body:তেওঁ লোকে আৰু কয় যে অসমত আন্দোলন চলিয়ে থাকিব । "কা" ৰ প্ৰভাৱ সম্পূৰ্ণৰূপে নাযায় বুলিও মন্তব্য কৰে । ইয়াৰ ফলত অসমে যিটো বিচাৰি আছে সেয়া কেতিয়াও নিদিয়ে বুলিও আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । কিন্তু চৰকাৰ বা চুপ্ৰিম কৰ্টে অকনমান সকাহ দিব অসমক । বৰ্তমানৰ চৰকাৰ এনেদৰে ই চলি থাকিব ।কিন্তু নতুন দল গঠন হবই ।দল গঠন হলেও কিন্তু অকলে চৰকাৰ গঠন কৰিব নোৱাৰে ।

অগপ সন্দৰ্ভত কয় যে অগপত এতিয়া অন্তকন্দল চলি আছে । আৰু ১ বছৰ বেয়া দিন চলিব বুলিও মন্তব্য কৰে ।

মন্ত্ৰী সকলৰ মাজত কিছুমানক অব্যাহতি দিব পাৰে আৰ কিছুমানে পদত্যাগ কৰিব । অসমৰ ৰাজনীতিৰ কোনোবা এজন বিশেষ ব্যক্তিৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে । আগন্তুক দিনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, হিমন্তৰ ভাল চলি থাকিব । ভাৰতৰ ৰাজনীতিত অহা বছৰ বিজেপি আহিব । কোনো চৰকাৰে মানুহক সন্তুষ্ট কৰিব।নোৱাৰে । যাৰ বাবে মিত্ৰ জোটৰ চৰকাৰ গঠন হব । উন্নয়ন মূলক কামো অসমত হৈ থাকিব । শিল্পী, সাংবাদিক, সকলে ভাল ফল পাব সুনাম অৰ্জন কৰিব বুধৰ প্ৰভাৱত । প্ৰাকৃতিক দুৰ্যোগে বহু পৰিমাণে ক্ষতি কৰিব বুলিও কয় । ভূমিকম্প হোৱাৰো সম্ভাৱনা আছে ।যাৰ প্ৰভাৱত অঞ্চল বিশেষে ক্ষতি হব । এই কালপুৰুষ পূৰ্ণাংগ পঞ্জিকাৰ প্ৰকাশক ৰঞ্জিত কুমাৰ শ ইকীয়া, ভবেশ কুমাৰ শৰ্মা বৰুৱা আৰু দিপক কুমাৰ শৰ্মাই সকলো গগণা কৰি উলিয়াইছে ।

Conclusion:লিপিকা ডেকা,গুৱাহাটী
Last Updated : Feb 7, 2020, 8:34 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.