ETV Bharat / state

অমিত শ্বাহৰে বৈঠকঃ ই টিভি ভাৰতক কি ক'লে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই - অমিত শ্বাহৰে বৈঠক

সমিতিখনৰ অধ্যক্ষ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আৰু দুই সদস্য ডঃ মৃণাল মিৰি আৰু ডঃ ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁয়ে গৃহমন্ত্ৰীৰে এই বৈঠকত ভাগ লয় ।

JUSTICE BIPLAB SARMA WITH BIPLAB SARMA
ই টিভি ভাৰতক কি ক'লে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই
author img

By

Published : Jan 13, 2020, 11:44 PM IST

গুৱাহাটী, ১৩ জানুৱাৰীঃ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন উচ্চ ক্ষমতা সম্পন্ন সমিতিখনে সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত ভাগ লয় ।

সমিতিখনৰ অধ্যক্ষ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আৰু দুই সদস্য ডঃ মৃণাল মিৰি আৰু ডঃ ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁয়ে গৃহমন্ত্ৰীৰে এই বৈঠকত ভাগ লয় । বৈঠকৰ অন্তত নতুন দিল্লীৰ পৰা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই ই টিভি ভাৰতক জনাই যে আজিৰ এই বৈঠক অত্যন্ত ফলপ্ৰসু । একে সময়তে সমিতিখনে খুব সোনকালেই কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰিব বুলি শৰ্মাই প্ৰকাশ কৰে ।

Intro:গুৱাহাটী, ১৩ জানুৱাৰীঃ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন উচ্চ ক্ষমতা সম্পন্ন সমিতিখনে সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত ভাগ লয় ।Body:সমিতিখনৰ অধ্যক্ষ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আৰু দুই সদস্য ডঃ মৃণাল মিৰি আৰু ডঃ ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁয়ে গৃহমন্ত্ৰীৰে এই বৈঠকত ভাগ লয় ।Conclusion:বৈঠকৰ অন্তত নতুন দিল্লীৰ পৰা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই ই টিভি ভাৰতক জনাই যে আজিৰ এই বৈঠক অত্যন্ত ফলপ্ৰসু । একে সময়তে সমিতিখনে খুব সোনকালেই কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰিব বুলি শৰ্মাই প্ৰকাশ কৰে ।

( দুটা বাইট পঠাইছো । এটা ইংৰাজীত । নেছনেলৰ বাবে )
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.