ETV Bharat / state

ই টিভি EXCLUSIVEঃ অমিত শ্বাহৰে বৈঠক অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণ সমিতিৰ

জৰুৰীভাবে আহ্বান জনোৱা এই বৈঠকত ভাগ ল'বলৈ দেওবাৰে পুৱাই ন্যায়াধীশ শৰ্মাৰ নেতৃত্বত সমিতিখনৰ কেইবাজনো সদস্য দিল্লী অভিমুখে ৰাওনা হৈছে । কিহৰ বাবে জৰুৰীভাবে তলৱ কৰা হৈছে উচ্চ ক্ষমতা সম্পন্ন সমিতিক ?

JUSTICE BIPLAB SARMA WILL MEET AMIT SHAH FOR IMPLEMENTATION OF CLAUSE 6 OF ASSAM ACCORD
অমিত শ্বাহৰে বৈঠক অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণ সমিতিৰ
author img

By

Published : Jan 12, 2020, 6:33 PM IST

গুৱাহাটী , ১২ জানুৱাৰীঃ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ বাবে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া উচ্চ ক্ষমতা সম্পন্ন সমিতিখনৰ সৈতে দেওবাৰে নিশা এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ । জৰুৰীভাবে আহ্বান জনোৱা এই বৈঠকত ভাগ ল'বলৈ দেওবাৰে পুৱাই ন্যায়াধীশ শৰ্মাৰ নেতৃত্বত সমিতিখনৰ কেইবাজনো সদস্য দিল্লী অভিমুখে ৰাওনা হৈছে । কিহৰ বাবে জৰুৰীভাবে তলৱ কৰা হৈছে উচ্চ ক্ষমতা সম্পন্ন সমিতিক ? দিল্লীমুখী বিমানত বহাৰ পূৰ্বে ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰ সৈতে হোৱা এই বিশেষ বাৰ্তালাপত বৈঠকৰ সবিশেষ বিস্তাৰিতভাবে অৱগত কৰিছে ন্যায়াধীশ শৰ্মাই ।

Intro:গুৱাহাটী , ১২ জানুৱাৰীঃ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ বাবে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া উচ্চ ক্ষমতা সম্পন্ন সমিতিখনৰ সৈতে দেওবাৰে নিশা এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ।Body:জৰুৰীভাবে আহ্বান জনোৱা এই বৈঠকত ভাগ লবলৈ দেওবাৰে পুৱাই ন্যায়াধীশ শৰ্মাৰ নেতৃত্বত সমিতিখনৰ কেইবাজনো সদস্য দিল্লী অভিমুখে ৰাওনা হৈছে । Conclusion:কিহৰ বাবে জৰুৰীভাবে তলৱ কৰা হৈছে উচ্চ ক্ষমতা সম্পন্ন সমিতিক ? দিল্লীমুখী বিমানত বহাৰ পূৰ্বে ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰ সৈতে হোৱা এই বিশেষ বাৰ্তালাপত বৈঠকৰ সবিশেষ বিস্তাৰিতভাবে অৱগত কৰিছে ন্যায়াধীশ শৰ্মাই ।

(অডিঅ' টেইপটো WhatsApp ত পঠাইছো)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.