ETV Bharat / state

যোৰাবাটত দুখন অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দঃ দুজনক আটক - AS-19C-7687 আৰু UP-61AT-2324

মেঘালয়ৰ বৰ্নিহাটৰ পৰা গুৱাহাটীৰ বেলতলা অভিমুখে নি থকা অৱস্থাত AS-19C-7687 আৰু UP-61AT-2324 নম্বৰৰ দুখন অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে আৰক্ষীয়ে।

যোৰাবাটত দুখন অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দঃ দুজনক আটক
author img

By

Published : Nov 1, 2019, 3:11 PM IST

গুৱাহাটী,1 নৱেম্বৰঃ ৰাজ্যত এতিয়াও অব্যাহত আছে অবৈধ কয়লাৰ চোৰাং সৰবৰাহ। যোৰাবাট আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা আৰক্ষী চকীৰ সমুখত চলোৱা এক বিশেষ অভিযানত দুখন অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে। মেঘালয়ৰ বৰ্নিহাটৰ পৰা গুৱাহাটীৰ বেলতলা অভিমুখে নি থকা অৱস্থাত AS-19C-7687 আৰু UP-61AT-2324 নম্বৰৰ দুখন অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে আৰক্ষীয়ে। অবৈধ কয়লা ভৰ্তি ট্ৰাক চালক অফিচাৰ আলী আৰু নৱসাদ আহমেদক যোৰাবাট আৰক্ষীয়ে সোধপোচৰ বাবে আটক কৰিছে।

যোৰাবাটত দুখন অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দঃ দুজনক আটক
আনহাতে ট্ৰাক চালক নৱসাদ আহমেদে কয় যে সুৰেন্দ্ৰ নামৰ কয়লা মাফিয়াই ট্ৰাক সমূহত কয়লা ভৰ্তি কৰি সৰবৰাহ কৰিবলৈ দিয়ে ৷ কিন্তু কোন এই সুৰেন্দ্ৰ ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে যোৰাবাট আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

লগতে চাওকঃ কেবক সমৰ্থন কৰিলে বাংলাদেশীক সমৰ্থন কৰা বুজাবঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য

Intro:যোৰাবাটত দুখন অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ, চালক আটক

Body:ৰাজ্যত এতিয়াও অব্যাহত আছে চোৰাং অবৈধ কয়লা সৰবৰাহ। যোৰাবাট আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা আৰক্ষী চকীৰ সমুখত চলোৱা এক বিশেষ অভিযানত দুখন অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে। মেঘালয়ৰ বৰ্নিহাটৰ পৰা গুৱাহাটীৰ বেলতলা অভিমুখে লৈ গৈ থকা সময়ত AS19 C 7687 আৰু UP 61 AT 2324 নম্বৰৰ
দুখন অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে আৰক্ষীয়ে। অবৈধ কয়লা ভৰ্তি ট্ৰাক চালক অফিচাৰ আলী (26 বগাইগাঁও) আৰু নৱসাদ আহমেদক (35 গাজীপুৰ উত্তৰ প্ৰদেশ) যোৰাবাট আৰক্ষীয়ে সোধ পোচৰ বাবে আটক কৰিছে।

ট্ৰাক চালক নৱসাদ আহমেদে কয় যে সুৰেন্দ্ৰ নামৰ কয়লা মাফিয়াই ট্ৰাক সমূহ ভৰ্তি কৰায়। এতিয়া প্রশ্ন হয় যোৰহাট আৰক্ষীয়ে কয়লা মাফিয়া সুৰেন্দ্ৰক আটক কৰিবনে?
Bite ট্ৰাক চালক নৱসাদ আহমদ

ইতিমধ্যে যোৰাবাট আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

যোৰাবাট আৰক্ষীয়ে বৃহস্পতিবাৰ নিশা NL 01 AB 2539 নম্বৰৰ ট্ৰাক চুপাৰী ভৰ্তি থকাৰ সন্দেহত জব্দ কৰে যদিও আৰক্ষীয়ে উক্ত ট্ৰাকত তদন্তত তামোল পায়।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.