ETV Bharat / state

নিজৰ পছন্দৰ ব্যক্তিক ৰাজহুৱা খণ্ড গতাই আছে বিজেপি চৰকাৰে

সংবাদমেলযোগে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিলে জইন্ট একচন কমিটি অৱ ৰিক'গ্লাইজড ইউনিয়নে ৷ নগাঁও আৰু কাছাৰ কাগজ কল বন্ধ কৰাৰ প্ৰক্ৰিয়া বিজেপি চৰকাৰেই আৰম্ভ কৰিলে বুলিও অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷

joint action committee press meet on nagaon and cachar paper mill in guwahati
বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা জইন্ট একচন কমিটিৰ
author img

By

Published : Dec 23, 2019, 11:09 PM IST

গুৱাহাটী , 23 ডিচেম্বৰঃ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে জইন্ট একচন কমিটি অৱ ৰিক'গ্লাইজড ইউনিয়নে ৷ নৰেন্দ্ৰ মোডী আৰু সৰ্বানন্দ সোণোৱালে ক্ষমতালৈ আহিলে কাছাৰ আৰু নগাঁও কাগজ কল পুনৰ কাৰ্যক্ষম কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও শাসনলৈ আহিয়েই দুয়োটা কাগজ কল বন্ধ কৰাৰহে প্ৰক্ৰিয়া আৰম্ভ কৰিলে বুলি ক্ষোভ উজাৰে সংগঠনটোৰ নেতৃত্বই ৷ লগতে সংগঠনটোৱে অভিযোগ উত্থাপন কৰে যে, শাসনলৈ অহাৰ পাছত বিজেপি চৰকাৰে দেশৰ সকলো ৰাজহুৱা খণ্ড নিজৰ পছন্দৰ ব্যক্তিৰ হাতত গতাই আছে । সংবাদমেলত নাগৰিকত্ব সংশোধনী আইনৰ বাবেও চৰকাৰক তীব্ৰ সমালোচনা কৰে সংগঠনটোৱে ।

বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা জইন্ট একচন কমিটিৰ

লগতে পঢ়কঃ গুৱাহাটীত কথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল Go Airৰ এখন যাত্ৰীবাহী বিমান

Intro:অসমবাসীক প্ৰধানমন্ত্ৰী মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিশ্বাসঘাটকতা কৰিছে । অসমবাসীক পূৰ্বতে দিয়া প্ৰতিশ্ৰুতিৰ ওলোটা খৰ মাৰিছে । এই অভিযোগ জ ইন্ট একচন কমিটি অৱ ৰিক'গ্লাইজড ইউনিয়ন চমুকৈ জাকৰু ।

Body:সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰি এনেদৰে চৰকাৰক সমালোচনা কৰে সংগঠনটোৱে । নৰেন্দ্ৰ মোডী আৰু সৰ্বানন্দ সোনোৱালে ক্ষমতালৈ আহিলে কাছাৰ আৰু নগাঁও কাগজ কল পুনৰ কাৰ্যক্ষম কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল ।কিন্তু শাসনলৈ আহিয়েই দুয়োটা কাগজ কল বন্ধ কৰাৰ হে প্ৰক্ৰিয়া আৰম্ভ কৰিলে বুলি ক্ষোভ উজাৰে সংগঠনটৰ নেতৃত্বই ।লগতে তেওঁ লোকে আৰু কয় যে বিজেপি চৰকাৰ অহাৰ পৰা ৰাজহুৱা খণ্ডৰ সকলো উদ্যোগ পছন্দৰ ব্যক্তিৰ হাতত বিক্ৰী কৰিছে বুলিও অভিযোগ তোলে । সমান্তৰাল ভাৱে সংবাদমেলত সংশোধিত নাগৰিকত্ব বিধেয়কক লৈও চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.