ETV Bharat / state

শ্বহীদ নীৰজ চেত্ৰীৰ পৰিয়াললৈ অসম চৰকাৰৰ 20 লাখ

author img

By

Published : Jun 3, 2019, 9:56 PM IST

২০ লাখ টকা সাহাৰ্য ঘোষণা অসম চৰকাৰৰ ৷ সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিলে এই কথা ৷

শ্বহীদ নীৰজ চেত্ৰী

গুৱাহাটী, 3 জুনঃ ঝাৰখণ্ডত মাওবাদীৰ আক্ৰমণত শ্বহীদ হোৱা অসম সন্তান নীৰজ চেত্ৰীৰ পৰিয়াললৈ অসম চৰকাৰৰ সাহাৰ্য ৷ ২০ লাখ টকা সাহাৰ্য ঘোষণা অসম চৰকাৰৰ ৷ সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিলে এই কথা ৷ উল্লেখ্য যে, 1 জুনত ঝাৰখণ্ডত মাওবাদীৰ আক্ৰমনত শ্বহীদ হৈছিল এছ এছ বিৰ জোৱান নীৰজ চেত্ৰীয়ে ৷ শ্বহীদ নীৰজৰ ঘৰ বিশ্বনাথৰ গহপুৰত ৷

###   ঝাৰখণ্ডত উগ্ৰপন্থীৰ আক্ৰমণত নিহত নীৰজ চেত্ৰীৰ পৰিয়াললৈ অসম চৰকাৰৰ ২০ লাথ টকা সাহাৰ্য ঘোষণা

###   মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰিলে এই ঘোষণা

###   ১ জুনত ঝাৰখণ্ডত মাওবাদীৰ আক্ৰমনত প্ৰাণ হেৰুৱাইছিল এছ এছ বিৰ জোৱান নীৰজ চেত্ৰীয়ে

###  শ্বহীদ নীৰজৰ ঘৰ বিশ্বনাথ জিলাৰ গহপুৰত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.