ETV Bharat / state

জালুকবাৰীত ৰাইজৰ দলৰ প্ৰাৰ্থীক সমৰ্থন দিব অসম জাতীয় পৰিষদে

author img

By

Published : Mar 19, 2021, 10:28 PM IST

জালুকবাৰীত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা আছিল যদিও সকলো চাই চিন্তি ৰাইজৰ দলৰ হেমন্ত সুতক সমৰ্থন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ জালুকবাৰী সমষ্টিৰ স্থানীয় এজন ব্যক্তিয়ে যিহেতু সমষ্টি সমস্যাৰ বিষয়ে জানিব তাৰ বাবে এই সিদ্ধান্ত অসম জাতীয় পৰিষদৰ ৷

জালুকবাৰীত ৰাইজৰ দলৰ প্ৰাৰ্থীক সমৰ্থন দিব অসম জাতীয় পৰিষদে
জালুকবাৰীত ৰাইজৰ দলৰ প্ৰাৰ্থীক সমৰ্থন দিব অসম জাতীয় পৰিষদে

গুৱাহাটী,19 মাৰ্চঃ 51 নং জালুকবাৰী সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থীক পূৰ্ণ সমৰ্থন দিব অসম জাতীয় পৰিষদে ৷ জালুকবাৰী সমষ্টিত জাতীয়তাবাদৰ শক্তি ভৰিৰে মোহাৰি ৰাষ্ট্ৰীয়তাবাদী শক্তিয়ে ভাষা সংস্কৃতি শেষ কৰিছে ৷ জাতীয় পৰিষদৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা আছিল যদিও সকলো চাই চিন্তি ৰাইজৰ দলৰ হেমন্ত সুতক সমৰ্থন কৰা সিদ্ধান্ত ৷ জালুকবাৰী সমষ্টিৰ স্থানীয় এজন ব্যক্তিয়ে যিহেতু সমষ্টি সমস্যাৰ বিষয়ে জানিব তাৰ বাবে এই সিদ্ধান্ত অসম জাতীয় পৰিষদৰ ৷

জাতিৰ ঐক্য আৰু জালুকবাৰী ৰাইজৰ স্বাৰ্থত আমি এক হৈ এই সংগ্ৰাম আগবঢ়াই নিম ৷ ধৰ্মীয় ভিত্তিত যি ভেদাভেদ আনি ৰাজনীতি কৰিছে তাক ওফৰাই 6 এপ্ৰিলত জাতীয়তাবাদৰ প্ৰতিষ্ঠা আৰু আঞ্চলিকতাবাদৰ বিজয়ধ্বজা উৰাব লাগিব ৷ অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ৰ সংবাদমেলত উপস্থিত থকা ৰাইজৰ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী হেমন্ত সুতে এইদৰে মন্তব্য কৰে ৷ একেদৰে কা' গৃহীত কৰি যি হিন্দু বঙালীক সংস্থাপন দি অসমীয়া বিৰোধী কাৰ্যকলাপ কৰিছে তাৰ বিৰুদ্ধে সদায় যুঁজিম বুলিও মন্তব্য কৰে হেমন্ত সুতে ৷

লগতে পঢ়কঃ বৃন্দাবন গোস্বামীৰ বাসগৃহত অতুল বৰা আৰু কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.