ETV Bharat / state

USTM ত আন্তৰ্জাতিক আলোচনাচক্ৰ - আব্দুল মান্নান

USTM ত চাষ্টেইনেৱল ৰুৰেল ডেভলপমেণ্ট' শীৰ্ষক আন্তৰ্জাতিক আলোচনাচক্ৰ ৷ অনুষ্ঠানত USTM ৰ ডঃ পাপীয়া দত্তৰ শিশু শ্ৰম ইন ত্ৰিপুৰা নামৰ গ্ৰন্থ উন্মোচন ৷ 128 খন গৱেষণা পত্ৰ উন্মোচন ৷

USTM ত আন্তৰ্জাতিক আলোচনাচক্ৰ
author img

By

Published : Sep 7, 2019, 10:39 PM IST

গুৱাহাটী, 7 ছেপ্তেম্বৰঃ শুক্ৰবাৰে USTM ত চাষ্টেইনেৱল ৰুৰেল ডেভলপমেণ্ট' শীৰ্ষক আন্তৰ্জাতিক আলোচনাচক্ৰ এটি আয়োজন কৰা হয় ৷ এই আলোচনাচক্ৰখন NIRDPR-NERC আৰু SIPRD অসমৰ সহযোগত আৰু IIE গুৱাহাটী আৰু কৃষি-সংস্কৃতি নতুন দিল্লীৰ সমৰ্থনত আয়োজন কৰা হয় ৷ আলোচনাচক্ৰখনত UGC বাংলাদেশৰ প্ৰাক্তন অধ্যক্ষ আব্দুল মান্নান, পশ্চিমবঙ্গৰ বিধান চন্দ্ৰ কৃষি বিশ্ববিদ্যালয়ৰ ডঃ মহম্মদ নাচিম আলী আৰু সাগৰ মণ্ডল, INC আগৰতলাৰ ডঃ দেবাশিষ নেওগ আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি ৷ উক্ত অনুষ্ঠানত USTM ৰ ডঃ পাপীয়া দত্তৰ শিশু শ্ৰম ইন ত্ৰিপুৰা নামৰ গ্ৰন্থখনও উন্মোচন কৰা হয় ৷ লগতে ভাৰতৰ বাহিৰেও ইটালী, মেক্সিকো, আফ্ৰিকা, বাংলাদেশ আৰু নেপালৰ মুঠ 128 খন গৱেষণা পত্ৰ উন্মোচন কৰে ৷ উক্ত অনুষ্ঠানত নতুন দিল্লীৰ কৃষি সংস্কৃতিৰ সভাপতি জি সি মিশ্ৰই কয় যে কৃষি, অৰ্থনীতি আৰু পৰিবেশ উন্নতি গৱেষণাৰ কাৰণে উৰিষ্যাৰ পুৰীত বিভিন্ন কাৰ্যসূচী পালন কৰা হৈছে ৷

Intro:ইউ এছ টি এমত গ্ৰামীণ উন্নয়ন আৰু শৈক্ষিক, সংস্কৃতিক দিশৰ ওপৰত এক আলোচনাচক্ৰৰ আয়োজন

Body:ইউ এছ টি এমত শুকুৰবাৰে 'চেষ্টাইনেবল ৰুৰেল ডেভলপমেণ্ট' শীৰ্ষক আন্তৰ্জাতিক আলোচনাচক্ৰ অনুষ্ঠান অনুষ্ঠিত হয়। এই আলোচনাচক্ৰত উপস্থিত থাকে বহু বিশিষ্ট ব্যক্তি। এই আলোচনাচক্ৰত অৰ্থনৈতিক ক্ষেত্ৰৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰা হয়। বৰ্তমান বাংলাদেশ বিশ্বৰ চতুৰ্থ বৃহত্তম ধান উৎপাদনকাৰী দেশ হিচাপে স্থান লাভ কৰিছে বুলি ইউ জি চি বাংলাদেশৰ প্ৰাক্তন অধ্যক্ষ আব্দুল মান্নানে এই কথা কয়। NIRDPR-NERC আৰু SIPRD অসমৰ সহযোগত আৰু IIE গুৱাহাটী আৰু কৃষি-সংস্কৃতি নতুন দিল্লীৰ সমৰ্থনত এই আলোচনাচক্ৰখনৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানতে ইউ এছ টি এমৰ ডঃ পাপীয়া দত্তৰ শিশু শ্ৰম ইন ত্ৰিপুৰা নামৰ গ্ৰন্থখনিও উন্মোচন কৰা হয়। এই অনুষ্ঠানটিত ভাৰতৰ বাহিৰেও ইটালী, মেক্সিকো, আফ্ৰিকা, বাংলাদেশ আৰু নেপালৰ মুঠ 128খন গৱেষণা পত্ৰ উন্মোচন কৰে। উক্ত অনুষ্ঠানত নতুন দিল্লীৰ কৃষি সংস্কৃতিৰ সভাপতি জি সি মিশ্ৰই কয় যে কৃষি, অৰ্থনীতি আৰু পৰিবেশ উন্নতি গৱেষণাৰ কাৰণে ভাৰত, পুৰীত বিভিন্ন কাৰ্যসূচী পালন কৰা হৈছে। এইখন উত্তৰ পূৰ্বাঞ্চলৰ 5ম খন আলোচনাচক্ৰ। এই আলোচনাচক্ৰত অন্যান্য অংশগ্ৰহণকাৰীসকলৰ উপৰিও আমন্ত্ৰিত ব্যক্তিসকল হৈছে পশ্চিমবঙ্গৰ বিধান চন্দ্ৰ কৃষি বিশ্ববিদ্যালয়ৰ ডঃ মহম্মদ নাচিম আলী আৰু সাগৰ মণ্ডল, এন আই চি আগৰতলাৰ ডঃ দেবাশিছ নেওগকে ধৰি বহু বিশিষ্ট ব্যক্তি। Byte

Conclusion:Asrar Ansari গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.