ETV Bharat / state

মেঘালয়ৰ কয়লাখনিত অভিযান সামৰিব নৌসেনাই - COILMINE

ভাৰত-পাকিস্তানৰ শেহতীয়া পৰিস্থিতিৰ বাবে নৌসেনাৰ দলটোক পুনৰ ঘূৰি যোৱাৰ নিৰ্দেশ

কয়লাখনিত অভিযান সামৰিব নৌসেনাই
author img

By

Published : Mar 1, 2019, 11:54 PM IST

গুৱাহাটী,১মাৰ্চ: মেঘালয়ৰ কয়লাখনিত ১৫ জনকৈ শ্ৰমিকক বিচাৰি ভাৰতীয় নৌসেনাই চলোৱা অভিযানৰ শনিবাৰে অন্ত পৰিব । মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ কয়লাখনিত বিগত দুমাহে নৌসেনা আৰু এন ডি আৰ এফৰ দলে যুটীয়াকৈ অভিযান চলাইছিল । কিন্তু এতিয়ালৈকে কেইবাজনো শ্ৰমিকৰ মৃতদেহ লাভ কৰিবলৈ সক্ষম নহ'ল অভিযানকাৰী দলটো । ইপিনে ভাৰত-পাকিস্তানৰ বৰ্তমান বিৰাজ কৰা পৰিস্থিতিৰ বাবে নৌসেনাৰ দলটোক অভিযান সামৰাৰ বাবে ঊৰ্ধতন কৰ্তৃপক্ষই নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।

INDIAN NAVY WILL SOON STOP THE OPERATION
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.