ETV Bharat / state

সৰুসজাইত অনুষ্ঠিত ‘ইণ্ডিয়া কা খেলোৎসৱ’

author img

By

Published : Jan 19, 2020, 12:00 AM IST

ৰাষ্ট্ৰীয় যুৱ কো-অপাৰেটিভ ছ’চাইটি লিমিটেডৰ উদ্যোগত অনুষ্ঠিত হয় ‘ইণ্ডিয়া কা খেলোৎসৱ’ শীৰ্ষক এক অনুষ্ঠান । শনিবাৰে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত উক্ত অনুষ্ঠানতে আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকা আৰু বিশিষ্ট ফুটবলাৰ গিলবাৰ্ট চাংমাক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সোণোৱালে ।

সৰুসজাই
ইণ্ডিয়া কা খেলোৎসৱ

গুৱাহাটী,18 জানুৱাৰীঃ শনিবাৰে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত ৰাষ্ট্ৰীয় যুৱ কো-অপাৰেটিভ ছ’চাইটি লিমিটেডৰ উদ্যোগত অনুষ্ঠিত হয় ‘ইণ্ডিয়া কা খেলোৎসৱ’ শীৰ্ষক এক অনুষ্ঠান । এই উৎসৱৰ জৰিয়তে দেশৰ ভিন্ন প্ৰান্তৰ যুৱক-যুৱতীসকলক খেলৰ প্ৰতি আকৰ্ষিত কৰা হ’ব ৷ ৰাইজৰ মাজত সংস্থাটোৱে খেলৰ এক বাতাবৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে আয়োজন কৰিছে এই খেলোৎসৱৰ । এই খেলোৎসৱৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, বিধায়িকা নৱনীতা সন্দিকৈ, বিধায়ক ৰিতুপৰ্ণ বৰুৱাকে প্ৰমুখ্য কৰি ভালেমান ক্ৰীড়াজগতৰ লগত জড়িত ব্যক্তি ।

ইণ্ডিয়া কা খেলোৎসৱ

অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সোণোৱালে ক্ৰীড়াক্ষেত্ৰক আগুৱাই নিয়াৰ বাবে যথেষ্ট পদক্ষেপ হাতত লোৱা বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে । ইয়াৰোপৰি পূৰ্বৰ চৰকাৰে খেলক কোনো গুৰুত্ব প্ৰদান নকৰা বুলিও অভিযোগ তোলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । ইফালে উক্ত অনুষ্ঠানতে আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকা আৰু ফুটবলাৰ গিলবাৰ্ট চাংমাক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সোণোৱালে । লগতে খেল’ ইণ্ডিয়াত অংশগ্ৰহণ কৰা ৰাজ্যসমূহৰ প্ৰতিনিধিকো শনিবাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

লগতে চাওকঃসভাপতি হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে সাজু ৰঞ্জিত কুমাৰ দাস

Intro:শণিবাৰে গুৱাহাটীৰ সৰুসজাইত ক্ৰীড়া প্ৰকল্পত ৰাষ্ট্ৰীয় যুৱ ক'অপাৰেটিভ ছচাইটিৰ লিমিটেডৰ উদ্যোগত অনুষ্ঠিত হয় 'ইণ্ডিয়া কা খেলোৎসৱ' শীৰ্ষক এক অনুষ্ঠান। এই উৎসৱৰ জৰিয়তে দেশৰ ভিন্ন প্ৰান্তৰ যুৱক-যুৱতীসকলক খেলৰ প্ৰতি আকৰ্ষিত কৰিব। ৰাইজৰ মাজত সংস্থাটোৱে খেলৰ এক বাতাবৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে আয়োজন কৰা কৰিছে এই খেলোৎসৱৰ। এই খেলোৎসৱৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, বিধায়িকা নবনীতা সন্দিকৈ, বিধায়ক ৰিতুপৰ্ণ বৰুৱাকে প্ৰমুখ্য কৰি ভালেমান ক্ৰীড়াৰ লগত জড়িত ব্যক্তি। এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক্ৰীড়া ক্ষেত্ৰক আগুৱাই লৈ নিয়াৰ বাবে যথেষ্ট পদক্ষেপ হাতত লোৱা বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। ইয়াৰোপৰি আগৰ চৰকাৰে খেলক কোনো গুৰুত্বয়ে প্ৰদান নকৰা বুলিও অভিযোগ তুলিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ইফালে এই অনুষ্ঠানতেই আন্তঃৰাষ্ট্ৰীয় সাতোঁৰবিদ এলভিচ আলী হাজৰিকা আৰু বিশিষ্ট ফুটবলাৰ গীলবাৰ্ট চাংমাক বিশেষ সম্বৰ্ধনা জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগতে খেল' ইণ্ডিয়াত অংশগ্ৰহণ কৰা ৰাজ্যসমূহৰ প্ৰতিনিধিকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.