ETV Bharat / state

গুৱাহাটীত জিলা উন্নয়ন আৰু নিৰীক্ষণ সমিতি 'দিশা'ৰ গুৰুত্বপূৰ্ণ বৈঠক - সাংসদ কুইন ওজাৰ সভাপতিত্বত অনুষ্ঠিত হয় এই বৈঠক

জিলা উন্নয়ন আৰু নিৰীক্ষণ সমিতি 'দিশা'ৰ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক ৷ সাংসদ কুইন ওজাৰ সভাপতিত্বত অনুষ্ঠিত হয় এই বৈঠক ৷

গুৱাহাটীত জিলা উন্নয়ন আৰু নিৰীক্ষণ সমিতি 'দিশা'ৰ গুৰুত্বপূৰ্ণ বৈঠক
author img

By

Published : Nov 6, 2019, 9:48 PM IST

গুৱাহাটী, 6 নৱেম্বৰঃ জিলা উন্নয়ন আৰু নিৰীক্ষণ সমিতি 'দিশা'ৰ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক ৷ সাংসদ কুইন ওজাৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত উপস্থিত থাকে বিধায়ক অতুল বৰা, কামৰূপ মহানগৰ জিলা পৰিষদৰ সভানেত্ৰী চিৰমনি কোঁৱৰ, জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, জিলা উন্নয়ন আয়ুক্ত অতুল কুমাৰ শৰ্মা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মধুসূদন নাথকে ধৰি জিলাখনৰ বিভিন্ন বিভাগৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল ৷

গুৱাহাটীত জিলা উন্নয়ন আৰু নিৰীক্ষণ সমিতি 'দিশা'ৰ গুৰুত্বপূৰ্ণ বৈঠক

এই বৈঠকত জিলাখনত কেন্দ্ৰীয় চৰকাৰৰ অধীনত চলি থকা বিভিন্ন বিভাগৰ আঁচনিৰ কাম কাজ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয় । বিশেষকৈ খোৱাপানী, থলুৱাৰ উদ্যোগ বৃদ্ধি আদি বিষয়ৰ ওপৰত আলোচনা কৰা হয় । তাৰোপৰি ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰাৰ ক্ষেত্ৰতো অতিশীঘ্ৰে এটা সমাধান উলিয়াব বুলি জানিবলৈ দিয়ে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই ৷

আৰু পঢ়কঃ অসম চিকিৎসা সেৱা সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন

Intro:আজি কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ সভাকক্ষত জিলা উন্নয়ন আৰু নিৰীক্ষণ সমিতি-'দিশা'ৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। সাংসদ কুইন ওজাৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত উপস্থিত থাকে বিধায়ক অতুল বৰা, কামৰূপ মহানগৰ জিলা পৰিষদৰ সভানেত্ৰী চিৰমনি কোঁৱৰ, জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, জিলা উন্নয়ন আয়ুক্ত অতুল কুমাৰ শৰ্মা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মধুসূদন নাথকে ধৰি জিলাখনৰ বিভিন্ন বিভাগৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল। এই বৈঠকত জিলাখনত কেন্দ্ৰীয় চৰকাৰৰ অধীনত চলি থকা বিভিন্ন বিভাগৰ আঁচনিৰ কাম কাজ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। খোৱাপানী, থলুৱাৰ উদ্যোগ বৃদ্ধি আদি বিষয়ৰ ওপৰত বিশেষকৈ আলোচনা কৰা হয়। তাৰোপৰি ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰাৰ ক্ষেত্ৰতো অতিশীঘ্ৰে এটা সমাধান উলিয়াব বুলি জানিবলৈ দিয়ে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই।Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.