ETV Bharat / state

নিৰ্বাচনৰ আচৰণ বিধিৰ সন্দৰ্ভত কামৰূপ প্ৰশাসনৰ বিশেষ সভা - নিৰ্বাচনৰ আচৰণ বিধিৰ সন্দৰ্ভত কামৰূপ প্ৰশাসনৰ বিশেষ সভা

নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিচতে নিৰ্বাচনৰ আচৰণ বিধিৰ সন্দৰ্ভত কামৰূপ জিলা প্ৰশাসনৰ বিষয়া সকলৰ সৈতে জিলা উপায়ুক্তৰ এক জৰুৰী সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত কেইবাটাও বিশেষ নিৰ্দেশ জাৰি কৰা হয় ৷

imergency meeting of dc kamrup
নিৰ্বাচনৰ আচৰণ বিধিৰ সন্দৰ্ভত কামৰূপ প্ৰশাসনৰ বিশেষ সভা
author img

By

Published : Feb 26, 2021, 10:45 PM IST

গুৱাহাটী, 26 ফেব্ৰুৱাৰী : নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিচতে নিৰ্বাচনৰ আচৰণ বিধিৰ সন্দৰ্ভত কামৰূপ জিলা প্ৰশাসনৰ বিষয়া সকলৰ সৈতে জিলা উপায়ুক্তৰ এক জৰুৰী সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত কেইবাটাও বিশেষ নিৰ্দেশ জাৰি কৰা হয় ৷

সভাত প্ৰশাসনিক বিষয়া সকলক চৰকাৰী আঁচনি বিষয়ে ৰাজহুৱা স্থানত থকা পোষ্টাৰ, বেনাৰ সমূহ আঁতৰাবলৈ নিৰ্দেশ দিয়া হয় ৷

জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি, কোনো ব্যক্তিৰ ঘৰৰ চৌহদত বা চৌহদৰ ভিতৰত বেনাৰ পোষ্টাৰ বা লিখিত ৰূপত কোনো দল বা চৰকাৰী আঁচনিৰ বিষয়ে প্ৰচাৰ কৰিলে ঘৰৰ মালিকে আপত্তি নথকা প্ৰমাণ পত্ৰ আঁৰি থব লাগিব ৷

লগতে পঢ়ক: 27 মাৰ্চৰ পৰা তিনিটা পৰ্যায়ত ৰাজ্যৰ বিধানসভা নিৰ্বাচন : 2 মে'ত ভোটগণনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.